ETV Bharat / bharat

COVID-19ক বন্দী আৰু মাৰিবলৈ প্ৰস্তুত 'Catch and Kill' নামৰ এয়াৰ ফিল্টাৰ - catch and kill

বিশ্বজুৰি মহামাৰী COVID-19ৰ বাবে সংকিত হৈ থকা সময়তে হাউছটন বিশ্ববিদ্যালয়ে গৱেষকসকলে নিকেল ফ'ম ব্যৱহাৰ কৰি প্ৰস্তুত কৰি উলিয়াই এটি এয়াৰ ফিল্টাৰ । যিটো ফিল্টাৰে COVID-19 ভাইৰাছক বন্দী কৰাৰ লগতে এই ভাইৰাছক নিহত কৰিব পাৰে বুলি দাবী জনাই গৱেষকসকলে । লগতে এই ফিল্টাৰে COVID-19ৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে বিমান প্ৰতিষ্ঠান আৰু বিমান সমূহত লগতে বিভিন্ন কাৰ্যালয় আৰু বিদ্যালয় লগতে ক্ৰুজ জাহাজত ব্যৱহাৰৰ উপযোগী বুলি সদৰি কৰে ।

Catch and Kill
Catch and Kill
author img

By

Published : Jul 11, 2020, 7:17 PM IST

নিউজ ডেস্ক, ১১ জুলাইঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰিছে মহামাৰী কৰ'ণা ভাইৰাছে । ইয়াৰ মাজতে হাউছটন বিশ্ববিদ্যালয়ে গৱেষকসকলে প্ৰস্তুত কৰি উলিয়াইছে এটা এয়াৰ ফিল্টাৰৰ । য'ত মহামাৰী COVID-19 ভাইৰাছক বন্দী কৰাৰ লগতে এই ভাইৰাছক তাৎক্ষণিকভাৱে নিহত কৰিব পাৰে সদৰি কৰে গৱেষকসকলে। লগতে লগতে এই ফিল্টাৰে COVID-19ৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে বিমান প্ৰতিষ্ঠান আৰু বিমান সমূহৰ লগতে বিভিন্ন কাৰ্যালয়, বিদ্যালয় লগতে ক্ৰুজ জাহাজতো ব্যৱহাৰৰ উপযোগী বুলি সদৰি কৰে ।

Catch and Kill
COVID-19 ক বন্দী আৰু মাৰিবলৈ প্ৰস্তুত 'Catch and Kill' নামৰ এয়াৰ ফিল্টাৰ

"catch and kill" নামৰ এই ফিল্টাৰটো হিউষ্টনভিত্তিক মেডিকল ৰিয়েল এষ্টেত ডেভেলপমেণ্ট ফাৰ্মৰ মেজিষ্ট্ৰেৰত মনজাৰ জীফে হৌৰানিৰ সৈতে টেক্সাছ চেণ্টাৰৰ পৰিচালক জাইফেং ৰেনে ডিজাইন কৰে বুলি জানিবলৈ দিয়ে ।

আনহাতে, এক তথ্যত সদৰি কৰা অনুসৰি Galveston National Laboratoryয়ে ভাইৰাছ পৰীক্ষা কৰা সময়ত ৯৯.৮ ফীছদী নবেল ভাইৰাছ লাভ কৰে । যিটো COVID-19ৰ বাবে প্ৰস্তুত কৰা হয় । আৰু ছিংগল পাছৰ জৰিয়তে ৩৯২ ডিগ্ৰী ফাৰেণহাইটৰ ব্যৱহাৰিক ৰূপে উপলব্ধ নিকেল ফ'মৰ দ্বাৰা নিৰ্মাণ কৰা ফিল্টাৰৰ মাধ্যমেৰে ভাইৰাছ মাৰিব পাৰে । এই ফিল্টাৰৰ তাপমান প্ৰায় ২০০ ডিগ্ৰী ছেলচিয়াছ । যাৰ দ্বাৰা ভাইৰাছ তাৎক্ষণিকভাৱে নিহত কৰিব পাৰে । জাইফেং ৰেনে নিকেল ফ'মৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে ।

লগতে চাওকঃ COVID-19: বদৰুদ্দিন "নিগেটিভ",চিৰাজুদ্দিন "পজিটিভ"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.