ETV Bharat / bharat

NRCত উপেক্ষিত তৃতীয় লিংগ : কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰক প্ৰতিক্ৰিয়া প্ৰদানৰ নিৰ্দেশ

এন আৰ চিৰ পৰা তৃতীয় লিংগ বাদ পৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ সোমবাৰে এই নিৰ্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে ৷

author img

By

Published : Jan 27, 2020, 5:13 PM IST

NRCত উপেক্ষিত তৃতীয় লিংগ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী : প্ৰায় 2000 তৃতীয় লিংগৰ ব্যক্তিক অসমৰ চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) পৰা বাদ দিয়াৰ বিৰুদ্ধে যি আবেদন কৰা হৈছিল সেই সম্পৰ্কত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সোমবাৰে নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷

স্বাতী বিধান বৰুৱাই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ (PIL) ওপৰত ভিত্তি কৰি মুখ্য ন্যায়াধীশ এছ এ ববডে, অধিবক্তা বি আৰ গাৱাই আৰু সূৰ্য কান্তৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীয়ে চৰকাৰক এই জাননী জাৰী কৰে ৷

উল্লেখ্য যে, অসমৰ প্ৰথম গৰাকী তৃতীয় লিংগৰ অধিবক্তা হৈছে স্বাতী বিধান বৰুৱা ৷ এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়া তথা চূড়ান্ত এন আৰ চি প্ৰকাশ কৰাৰ সময়ত তৃতীয় লিংগৰ লোকসকলক বাদ দিয়া হৈছিল বুলি উচ্চতম ন্যায়ালয়ৰ আগত আবেদন দাখিল কৰিছিল বৰুৱাই ৷

আৰু পঢ়ক : বড়ো চুক্তিক লৈ বড়ো ভূমিত আনন্দৰ বন্যা

ZCZC
PRI GEN LGL NAT
.NEWDELHI LGD14
SC-ASSAM NRC
SC seeks Centre, Assam's response on plea alleging exclusion of transgenders in NRC
         New Delhi, Jan 27 (PTI) The Supreme Court on Monday sought response of the Centre and Assam government on a plea alleging exclusion of around 2000 transgenders in the final National Register of Citizens (NRC) in Assam.
          A bench comprising Chief Justice S A Bobde and justices B R Gavai and Surya Kant issued notice to the government on the PIL filed by one Swati Bidhan Baruah.
          Baruah, the first transgender judge from Assam, has moved the Supreme Court, citing exclusion of transgenders during the NRC process and at stages subsequent to publication of the final draft. PTI SJK RKS LLP LLP
DV
DV
01271304
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.