ETV Bharat / bharat

CAAৰ সাংবিধানিক বৈধতা বিচাৰি কৰা আবেদন প্ৰত্যাহাৰ উচ্চতম ন্যায়ালয়ৰ - SC refuses to accord urgent hearing on plea seeking to declare CAA as constitutional

নাগৰিকত্ব সংশোধনী আইনক সাংবিধানিক ঘোষণা কৰি দাখিল কৰা আবেদন প্ৰত্যাখ্যান উচ্চতম ন্যায়ালয়ৰ ৷ মুখ্য ন্যায়াধীশ এছ.এ ববডেৰ নেতৃত্বাধীন বিচাৰপীঠৰ মতে,প্ৰথমবাৰৰ বাবে কোনোৱে এই আইনখন সাংবিধানিক হিচাপে ঘোষণা কৰাটো বিচাৰিছে ৷

আবেদন প্ৰত্যাহাৰ উচ্চতম ন্যায়ালয়ৰ
আবেদন প্ৰত্যাহাৰ উচ্চতম ন্যায়ালয়ৰ
author img

By

Published : Jan 9, 2020, 3:11 PM IST

নিউজ ডেস্ক, 9 জানুৱাৰী: উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনক সাংবিধানিক হিচাপে ঘোষণা কৰাৰ বাবে দাখিল কৰা আবেদন আৰু ইয়াৰ ৰূপায়ণৰ দাবী কৰি সমগ্ৰ ৰাজ্যই দিয়া আবেদন প্ৰত্যাখ্যান কৰে ৷

ভাৰতৰ মুখ্য ন্যায়াধীশ এছ.এ ববডেৰ নেতৃত্বাধীন বিচাৰপীঠে এই আবেদনৰ বিষয়ে আশ্চৰ্য ব্যক্ত কৰি কয় যে, প্ৰথমাবাৰৰ বাবে কোনোৱে এই আইনখন সাংবিধানিক হিচাপে ঘোষণা কৰোটো বিচাৰিছে ৷

'ন্যায়ালয়ৰ কাম এক আইনৰ বৈধতা নিৰ্ধাৰণ কৰা,ইয়াক সাংবিধানিক ঘোষণা কৰাটো নহয় ৷' এই কথা উল্লেখ কৰে বিচাৰপতি বি.আৰ গাৱাই আৰু সূৰ্যকান্ত সমন্বিত বিচাৰপীঠে ৷

হিংসাত্মক কাৰ্য বন্ধ হ'লে CAAৰ বৈধতাক প্ৰত্যাহ্বান জনাব পৰা আবেদন সমূহৰ শুনানি হ'ব ৷ উল্লেখ্য যে,আবেদনখনত শিক্ষাৰ্থী আৰু সংবাদ মাধ্যমৰ লোকৰ বিৰুদ্ধে অপবাদ বিয়পোৱা বিষয়তো তদন্ত হোৱাটো বিচাৰিছে ৷

লগতে পঢ়ক: আমেৰিকা ইৰাণৰ মাজত যুদ্ধঃ কাৰ শক্তি কিমান !

ZCZC
PRI GEN LGL NAT
.NEWDELHI LGD4
SC-CAA
SC refuses to accord urgent hearing on plea seeking to declare CAA as constitutional
         New Delhi, Jan 9 (PTI) The Supreme Court on Thursday refused urgent hearing of a plea seeking to declare the Citizenship Amendment Act as constitutional and a direction to all states seeking its implementation.
          A bench headed by Chief Justice of India S A Bobde expressed surprise over the petition and said this is the first time that someone is seeking that an Act be declared as constitutional.
         "This court's job is to determine validity of a law and not declare it as constitutional," the bench also comprising justice B R Gavai and Surya Kant said.
          The bench said it will hear the petitions challenging validity of CAA when violence stops.
         The observation came after advocate Vineet Dhanda sought urgent listing of his plea to declare CAA as constitutional and a direction to all states for implementation of the Act.
          The plea has also sought action against activists, students and media houses for "spreading rumours". PTI PKS MNL LLP LLP
DV
DV
01091200
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.