- দিল্লীত আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য
- "আমি কোনো ফৰমেটতেই নাগৰিকত্ব সংশোধনী আইন গ্ৰহণ নকৰোঁ"
- "আমি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো"
- "তোমালোকে যদি ষষ্ঠ অনুসূচী আৰু জনজাতীয় এলেকা 'কা'ৰ আওতাৰ পৰা বাহিৰত ৰাখিছা তেন্তে, ৰাজ্যৰ আন প্ৰান্তত কিয় প্ৰযোজ্য হ'ব 'কা' ?"
- "জেএন ইউত সংঘটিত হিংসাত্মক ঘটনাক আমি গৰিহণা দিছো"
- "কেন্দ্ৰীয় চৰকাৰে ঘটনাৰ ওপৰত প্ৰত্যুত্তৰ দিয়া উচিত "
- "দিল্লী আৰক্ষী যিহেতু গৃহ মন্ত্ৰণালয়ৰ অধীনত, তেনে ক্ষেত্ৰত অমিত শ্বাহ কিয় মনে মনে আছে "
- "ধৰ্মৰ আধাৰত চৰকাৰে দেশখনক বিভাজন কৰিব বিচাৰিছে "
- "প্ৰধানমন্ত্ৰী অসমলৈ গ'লে আমি প্ৰতিবাদ জনাম"
আমি কোনো ফৰমেটতেই নাগৰিকত্ব সংশোধনী আইন গ্ৰহণ নকৰোঁ - নাগৰিকত্ব সংশোধনী আইন
14:47 January 07
"ধৰ্মৰ আধাৰত চৰকাৰে দেশখনক বিভাজন কৰিব বিচাৰিছে "
14:47 January 07
"ধৰ্মৰ আধাৰত চৰকাৰে দেশখনক বিভাজন কৰিব বিচাৰিছে "
- দিল্লীত আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য
- "আমি কোনো ফৰমেটতেই নাগৰিকত্ব সংশোধনী আইন গ্ৰহণ নকৰোঁ"
- "আমি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো"
- "তোমালোকে যদি ষষ্ঠ অনুসূচী আৰু জনজাতীয় এলেকা 'কা'ৰ আওতাৰ পৰা বাহিৰত ৰাখিছা তেন্তে, ৰাজ্যৰ আন প্ৰান্তত কিয় প্ৰযোজ্য হ'ব 'কা' ?"
- "জেএন ইউত সংঘটিত হিংসাত্মক ঘটনাক আমি গৰিহণা দিছো"
- "কেন্দ্ৰীয় চৰকাৰে ঘটনাৰ ওপৰত প্ৰত্যুত্তৰ দিয়া উচিত "
- "দিল্লী আৰক্ষী যিহেতু গৃহ মন্ত্ৰণালয়ৰ অধীনত, তেনে ক্ষেত্ৰত অমিত শ্বাহ কিয় মনে মনে আছে "
- "ধৰ্মৰ আধাৰত চৰকাৰে দেশখনক বিভাজন কৰিব বিচাৰিছে "
- "প্ৰধানমন্ত্ৰী অসমলৈ গ'লে আমি প্ৰতিবাদ জনাম"
দিল্লীত আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য ৰ মন্তব্য
"আমি কোনো ফৰমেটতেই নাগৰিকত্ব সংশোধনী আইন গ্ৰহণ নকৰোঁ"
"আমি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো"
"তোমালোকে যদি ষষ্ঠ অনুসূচী আৰু জনজাতীয় এলেকা 'কা'ৰ আওতাৰ পৰা বাহিৰত ৰাখিছা তেন্তে, ৰাজ্যৰ আন প্ৰান্তত কিয় প্ৰযোজ্য হ'ব 'কা' ?"
"জেএন ইউত সংঘটিত হিংসাত্মক ঘটনাক আমি গৰিহণা দিছো"
"কেন্দ্ৰীয় চৰকাৰে ঘটনাৰ ওপৰত প্ৰত্যুত্তৰ দিয়া উচিত "
"দিল্লী আৰক্ষী যিহেতু গৃহ মন্ত্ৰণালয়ৰ অধীনত, তেনে ক্ষেত্ৰত অমিত শ্বাহ কিয় মনে মনে আছে "
"ধৰ্মৰ আধাৰত চৰকাৰে দেশখনক বিভাজন কৰিব বিচাৰিছে "
"প্ৰধানমন্ত্ৰী অসমলৈ গ'লে আমি প্ৰতিবাদ জনাম"
Conclusion:
TAGGED:
নাগৰিকত্ব সংশোধনী আইন