ETV Bharat / bharat

কিয় এয়াৰ ষ্ট্ৰাইককলৈ সন্দেহ কংগ্ৰেছ নেতাৰ?

পাকিস্তানৰ ভূমিত ভাৰতে সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকক সন্দেহৰ দৃষ্টিৰে চাইছে কংগ্ৰেছী নেতা চেম পিটৰোডাই ৷ প্ৰমাণ অবিহনে এয়াৰ ষ্ট্ৰাইক সম্পূৰ্ণ ভিত্তিহীন বুলি আখ্যা জ্যেষ্ঠ কংগ্ৰেছী নেতা চেম পিটৰোডাৰ ৷

etv bharat
author img

By

Published : Mar 22, 2019, 3:59 PM IST

নিউজ ডেস্ক, 22 মাৰ্চ : ভাৰতীয় বায়ু সেনাৰ বীৰত্বকলৈ প্ৰশ্ন জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ ৷পাকিস্তানৰ ভূমিত ভাৰতে সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকক সন্দেহৰ দৃষ্টিৰে চাইছে কংগ্ৰেছী নেতা চেম পিটৰোডাই ৷

sam pitroda

ভাৰতে সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ কোনো প্ৰমাণ নাই বুলি শাসনাধিষ্ঠিত বিজেপি চৰকাৰক কটাক্ষ কৰে পিটৰোডাই ৷ পুলৱামা আক্ৰণৰ পাচতে প্ৰতিশোধস্বৰূপে ভাৰতে পাকিস্তানৰ বালাকোটত 300 জন জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী হত্যা কৰা কথা মানি ল'বলৈ বিচৰা নাই জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে ৷ তেওঁৰ মতেবালাকোট আক্ৰমণ সন্দৰ্ভত ভাৰতে যিহতু কোনোধৰণৰ প্ৰমাণ দাঙি ধৰিব পৰা নাই গতিকে এই আক্ৰমণ সম্পূৰ্ণ ভিত্তিহীন ৷

Sam Pitroda questioned death toll in Balakot air strick

ভাৰতীয় বায়ু সেনাৰ এয়াৰ ষ্ট্ৰাইকত সন্দেহৰ আঙুলি কংগ্ৰেছী নেতাৰ

প্ৰমাণ অবিহনে এয়াৰ ষ্ট্ৰাইক সম্পূৰ্ণ ভীত্তিহিন বুলি আখ্যা জ্যেষ্ঠ কংগ্ৰেছী নেতা চেম পিটৰোডাৰ

নিউজ ডেস্ক, 22 মাৰ্চ : ভাৰতীয় বায়ু সেনাৰ বীৰত্বক প্ৰশ্ন জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ ৷  পাকিস্তানৰ ভূমিত ভাৰতে সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকক সন্দেহৰ দৃষ্টিৰে চাইছে  কংগ্ৰেছী নেতা চেম পিটৰোডাই৷ 

ভাৰতে সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ কোনো প্ৰমাণ নাই বুলি শাসনাধিষ্ঠিত বিজেপি চৰকাৰক কটাক্ষ কৰে পিটৰোডাই ৷ পুলৱামা আক্ৰণৰ পাচতে প্ৰতিশোধ স্বৰূপে ভাৰতে পাকিস্তানৰ বালাকোটত 300 জন জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী হত্যা কৰা কথা মানি ল'বলৈ বিচৰা নাই জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে ৷ তেওঁৰ মতে, বালাকোট আক্ৰমণ সন্দৰ্ভত ভাৰতে যিহতু কোনোধৰণৰ প্ৰমাণ দাঙি ধৰিব পৰা নাই গতিকে এই আক্ৰমণ সম্পূৰ্ণ ভীত্তিহীন ৷ ভাৰত চৰকাৰে অনতিপলমেই বালাকোট আক্ৰমণৰ প্ৰমাণ প্ৰত্যক্ষ কৰিব লাগে বুলিও প্ৰকাশ কৰে পিটৰোডাই ৷ নিজকে গান্ধীবাদী নেতা বুলি উল্লেখ কৰি পাকিস্তানৰ সৈতে ভাৰতে আলোচনাত মিলিত হোৱাৰো পোষকতা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ 
sam_mar22_I7AxmAd.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.