নিউজ ডেস্ক, ১৭ জুনঃ প্ৰাক্তন দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ গেৰি কিছটেনে পুনৰ পুৰণি দিনৰ স্মৃতি ৰোম কৰে ভাৰতীয় ক্ৰিকেট দলৰ তত্বাৱধায়ক হিচাপে শচীন টেণ্ডুলকাৰৰ লগত। কিটছনে টেণ্ডুলকাৰে ২০০৭ চনত যি স্থানত বেটিং কৰিছিল সন্তুষ্ট নাছিল যি সময়ত বিশ্বকাপৰ বাবে ভাৰতে প্ৰস্তুতি চলাই আছিল । লগতে কিটছনে এজন ভাল তত্বাৱধায়ক হিচাপে অনুধাৱন কৰিব পাৰিছিল যে শচীনে যেতিয়া প্ৰয়োজন সেই সময়ত প্ৰতিয়োগিতা খন নিজৰ ফালে আনিব পাৰে ।
![শচীনে ২০০৭ চনত নিজৰ বেটিং ক্ৰমক লৈ সন্তুষ্ট নাছিলঃ গেৰি কিটছন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tendulkar-3_1706newsroom_1592391147_800.jpg)