ETV Bharat / bharat

সাৱৰিমালা: কি হয় সাৱৰিমালা মন্দিৰৰ সমগ্ৰ বিষয়? - সাৱৰিমালা মন্দিৰ

14 নৱেম্বৰত ৰায়দান হ’ব সাৱৰিমালা মন্দিৰত মহিলা প্ৰবেশক লৈ ৷ 2018ত উচ্চতম ন্যায়ালয়ে 10-50 বছৰ বয়সৰ মহিলাক মন্দিৰত প্ৰবেশৰ অনুমতি প্ৰদান কৰিছিল ৷ 1991 চনত এখন ৰাজহুৱা স্বাৰ্থ জনিত আবেদন দাখিল কৰা হৈছিল যত 10-50 বছৰ বয়সৰ মহিলাক মন্দিৰত প্ৰবেশৰ অনুমতি বিচৰা হৈছিল ৷

কি হয় সাৱৰিমালা মন্দিৰৰ সমগ্ৰ বিষয়
author img

By

Published : Nov 14, 2019, 1:14 AM IST

নেশ্যনেল ডেস্ক, 13 নৱেম্বৰঃ 14 নৱেম্বৰত ৰায়দান হ’ব সাৱৰিমালা মন্দিৰত মহিলা প্ৰবেশক লৈ ৷ 2018ত উচ্চতম ন্যায়ালয়ে 10-50 বছৰ বয়সৰ মহিলাক মন্দিৰত প্ৰবেশৰ অনুমতি প্ৰদান কৰিছিল ৷ 1991 চনত এখন ৰাজহুৱা স্বাৰ্থ জনিত আবেদন দাখিল কৰা হৈছিল যত 10-50 বছৰ বয়সৰ মহিলাক মন্দিৰত প্ৰবেশৰ অনুমতি বিচৰা হৈছিল ৷ 16 নৱেম্বৰৰ পৰা ভক্তৰ বাবে দ্বাৰ মুকলি কৰা হ’ব সাৱৰিমালা মন্দিৰৰ ৷ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে মুকলি হ’ব মন্দিৰৰ দ্বাৰ ৷ মন্দিৰৰ ভিতৰত মহিলা প্ৰবেশ কৰিব পাৰিব নে নাই এই সমগ্ৰ বিষয় হৈ পৰিব লক্ষণীয় ৷

Sabarimala timeline
কি হয় সাৱৰিমালা মন্দিৰৰ সমগ্ৰ বিষয়

পাহাৰৰ ওপৰত অবস্থিত মন্দিৰটো কেৰলাৰ পথানামথিট্টা জিলাত অবস্থিত ৷ বিশ্বাস কৰা হয় যে মন্দিৰত পূজা-অৰ্চনা কৰা ভগৱান আয়াপ্পায়ে 10-50 বছৰ বয়সৰ মহিলাক চাবলৈ নিবিচৰাৰ বাৰে অৰণ্যলৈ গৈছিল ৷

লগতে পঢ়কঃ তথ্য জনা অধিকাৰ আইনৰ অধীনলৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়

উল্লেখযোগ্য যে, ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া বিচাৰকৰ দলে ফেব্ৰুৱাৰীতে সাৱৰিমালা গোচৰৰ সকলো পক্ষৰ শুনানি গ্ৰহণ কৰে আৰু ইয়াৰ ৰায়দান সংৰক্ষিত কৰি ৰাখে ৷ কেৰালা চৰকাৰ, ট্ৰাভাংকোৰ দেৱাস্বম ব'ৰ্ড, নায়াৰ চাৰ্ভিছ চ'ছাইটি আৰু অন্যান্য পক্ষৰ শুনানি গ্ৰহণ কৰা হয় ৷ আদালতৰ সিদ্ধান্ত অনুসৰি, পুৰণি পৰম্পৰা ত্যাগ কৰি 10-50 বছৰৰ বয়সৰ সকলো মহিলাই মন্দিৰত প্ৰৱেশ কৰিব পাৰিব ৷ এই ৰায়দানৰ পাচতে সৃষ্টি হৈছিল প্ৰতিবাদৰ ৷ ট্ৰাভাংকোৰ দেৱাস্বম ব'ৰ্ডে যুক্তি দৰ্শাই কৈছিল যে, এটি শতাব্দী পুৰণি পৰম্পৰাত ন্যায়ালয়ে হস্তক্ষেপ কৰিব নোৱাৰে ৷ কিন্তু, 2018 চনত সাৱৰিমালা মন্দিৰৰ মেনেজমেন্টৰ দায়িত্বত থকা ট্ৰাভাংকোৰ দেৱাস্বম ব'ৰ্ডে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সমৰ্থন জনাই নিজৰ পক্ষ ৰাখে ৷ ব'ৰ্ডে আদালতত কয় যে, মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত কোনো ধৰণৰ ভেদা-ভেদ ৰখা উচিত নহয় ৷

Intro:Body:

Sabarimala

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.