ETV Bharat / bharat

16 অক্টোবৰৰ পৰা মুকলি হ'ল কেৰালাৰ শবৰীমলা মন্দিৰ - কেৰালা

শুকুৰবাৰৰ পৰা মুকলি কৰা হ'ল কেৰালাৰ শবৰীমলা মন্দিৰ ৷ মন্দিৰত প্ৰৱেস কৰাৰ ক্ষেত্ৰত পালন কৰিব লাগিব কেতবোৰ নীতি-নিয়ম ৷ আনহাতে নিৰ্ধাৰিত দৰ্শনাৰ্থীয়েহে এদিনত প্ৰৱেশ কৰিব পাৰিব মন্দিৰত ৷

কেৰালাৰ শবৰীমলা মন্দিৰ
কেৰালাৰ শবৰীমলা মন্দিৰ
author img

By

Published : Oct 16, 2020, 9:23 PM IST

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ: শুকুৰবাৰে তুলামাছা পূজাৰ বাবে মুকলি কৰি দিয়া হ'ল কেৰালাৰ শবৰীমলা মন্দিৰ ৷ শনিবাৰৰ পৰা মন্দিৰটোত ভক্তৰ প্ৰৱেশৰ বাবেও অনুমতি প্ৰদান কৰা হয় ৷

মন্দিৰত প্ৰৱেশ কৰাৰ বাবে COVID নিগেটিভৰ প্ৰমাণ পত্ৰ থকাটো বাধ্যতামূলক ৷ পাম্বা পোৱাৰ 48 ঘণ্টা পূৰ্বে তীৰ্থযাত্ৰী সকলে কৰিব লাগিব স্বাস্থ্য পৰীক্ষা ৷ তীৰ্থযাত্ৰী সকলে নিলাক্কালত এণ্টিজেন পৰীক্ষাও কৰিব লাগিব ৷ এদিনত কেৱল 250 গৰাকী উপাসককহে মন্দিৰত প্ৰৱেশ কৰিব দিয়া হ'ব ৷

মন্দিৰটো খোলাৰ লগতে COVID-19 সম্পৰ্কীয় সকলো প্ৰট'কল পালন কৰা হ'ব ৷ লগতে ভাৰ্চুৱেল শাৰীৰ মাধ্যমেৰে প্ৰৱেশ কৰা হ'ব সান্নিধানামত ৷

লগতে পঢ়ক: সুৰক্ষিত UPI লেন-দেন সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিলে উচ্চতম ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.