ETV Bharat / bharat

বংগত আইন-কানুন ভংগ হৈছে : ৰাজ্যপাল ধাংখাৰ - ৰাজ্যপাল জগদ্বীপ ধাংখাৰ

মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰে ৰাজ্যপাল জগদ্বীপ ধাংখাৰে ৷ বংগত আইন-কানুন ভংগ হোৱা বুলি মন্তব্য আগবঢ়াইছে ধাংখাৰে ৷

বেংগলত আইন-কানুন ভংগ হৈছে : ৰাজ্যপাল ধাংখাৰ
পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধাংখাৰ
author img

By

Published : Jan 30, 2020, 9:56 PM IST

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী : মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি ৰাজ্যপাল জগদ্বীপ ধাংখাৰে বৃহস্পতিবাৰে মন্তব্য কৰে যে, 'বংগত আইনৰ নিয়ম-কানুন ভংগ' হোৱা বাবে তৃণমূল কংগ্ৰেছে (TMC) অনুসন্ধান চলোৱা উচিত ৷

ইয়াৰ পাচতে তৃণমূল কংগ্ৰেছেও ক্ষিপ্ৰতাৰে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰাজ্যপালজনে কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ কেদাৰৰ দৰে ব্যৱহাৰ কৰিছে ৷ বাৰাকপুৰৰ গান্ধী ঘাটত সাংবাদিকক ধাংখাৰে কৈছিল, "ৰাজ্যখনত আইন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ভংগ হৈছে ৷ আইন ব্যৱস্থাৰ স্থিতি সম্পূৰ্ণ বিধস্ত হৈ পৰিছে ৷ ৰাজ্য চৰকাৰে এইক্ষেত্ৰত কিছু গভীৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে৷" দেশৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে গান্ধী ঘাটত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে ধাংখাৰে ৷

জ্যেষ্ঠ তৃণমূল কংগ্ৰেছ নেতা আৰু মন্ত্ৰী সোভৱদেব চট্টোপাধ্যায়ে প্ৰত্যুত্তৰত কয় যে, ৰাজ্যপালজনে কোনো বিশেষ ৰাজনৈতিক দলৰ কৰ্মী হিচাপে কাম কৰা বন্ধ কৰা উচিত ৷ যোৱা বছৰ জুলাই মাহত পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাচৰে পৰা ধাংখাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বহুকেইটা বিষয়ত প্ৰশ্ন উত্থাপন কৰি আহিছে ৷

আৰু পঢ়ক : CAA বিৰোধী প্ৰতিবাদত বন্ধুকধাৰীৰ আক্ৰমণত আহত জামিয়াৰ ছাত্ৰ

ZCZC
PRI ERG ESPL NAT
.KOLKATA CES2
WB-GUV-TMC
Rule of law has broken down in Bengal, govt should do some
soul searching: Governor
         Kolkata, Jan 30 (PTI) Lashing out at the Mamata
Banerjee government, Governor Jagdeep Dhankhar on Thursday
said the TMC dispensation needed to do some soul searching to
find out why the "rule of law has broken down in Bengal".
         The ruling TMC, however, was quick to return fire,
claiming that the "governor is behaving like a cadre of a
specific political party".
         "The rule of law has completely broken down in the
state. Law and order situation has completely collapsed. The
state government needs to do some serious soul searching..."
Dhankhar told reporters at Gandhi Ghat in Barrackpore, North
24 Parganas, where he had gone to pay tribute to the 'Father
of the Nation' on the occasion of Martyrs' Day.
         Senior TMC leader and minister Sovandeb Chattopadhyay
said the governor should "stop behaving like a activist of a
political party as his conduct is unbecoming of a governor".
         Dhankhar had been engaged in a bitter standoff with
the state government over a host of issues since assuming
charge in July last year. PTI PNT
RMS
RMS
01301450
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.