ETV Bharat / bharat

ভাৰতীয় বায়ু সেনাত নতুন সংযোজন "ৰুদ্ৰ"

Rotary Wing Research and Design Center (RWR&DC)দ্বাৰা ডিজাইন কৰা আৰু Hindustan Aeronautics Limited (HAL)দ্বাৰা নিৰ্মাণ কৰা হৈছে ৰুদ্ৰ যুঁজাৰু হেলিকপ্টাৰ । এই হেলিকপ্টাৰখনক ALH-WSI নামাৰে পৰিচিত ।

যুঁজাৰু বিমান "ৰুদ্ৰ"
author img

By

Published : Jul 6, 2020, 4:35 PM IST

নিউজ ডেস্ক, ৬ জুলাইঃ ভাৰতীয় বায়ু সেনাৰ ওচৰত শত্ৰু পক্ষক আক্ৰমণ কৰিবলৈ কেইবা প্ৰকাৰৰ অস্ত্ৰ আছে । তাৰ ভিতৰত এটা হৈছে ৰুদ্ৰ । এই হেলিকপ্টাৰখন ALH-WSI নামাৰে পৰিচিত । এই যুঁজাৰু হেলিকপ্টাৰখন HAL ধ্ৰুবৰ সশস্ত্ৰ সংস্কৰণ ।

যুঁজাৰু বিমান
ভাৰতীয় সেনাৰ বাবে HALদ্বাৰা নিৰ্মাণ যুঁজাৰু বিমান "ৰুদ্ৰ"

ৰুদ্ৰৰ Rotary Wing Research and Design Center (RWR&DC)দ্বাৰা ডিজাইন কৰা আৰু Hindustan Aeronautics Limited (HAL)দ্বাৰা নিৰ্মাণ কৰা হৈছে এই যুঁজাৰু হেলিকপ্তাৰখন । তাৰোপৰি এই যুঁজাৰু বিমানখন Forward Looking Infrared (FLIR)আৰু Thermal Imaging Sights Interface,২০ মিমী বুৰ্জ গন, ৭০ মিমী ৰকেট পোড্ছ, এণ্টি টেংক গাইডেড মিছাইল আৰু এয়াৰ-টু-এয়াৰ মিছাইলৰ দ্বাৰা নিৰ্মিত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.