ETV Bharat / bharat

ইন্দোৰ বিমানবন্দৰত সহায়কাৰীৰ ৰূপত ৰবট

author img

By

Published : Feb 28, 2019, 1:17 PM IST

যাত্ৰীৰ প্ৰতিটো অসুবিধাৰ প্ৰতি নজৰ ৰাখিব এই ৰবটে

etv bharat

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ ইন্দোৰ বিমান বন্দৰত যাত্ৰীৰ সুবিধাৰ বাবে ৰবট ষ্টাফ মোতায়েন । যাত্ৰীৰ প্ৰতিটো অসুবিধাৰ প্ৰতি নজৰ ৰাখিব এই ৰবট ষ্টাফে । লগতে ইন্দোৰ চহৰৰ যিকোনো তথ্যপাতিও সংগ্ৰহ কৰিব পাৰিব বিমান বন্দৰত থকা এই ৰবট ষ্টাফৰ দ্বাৰা ।

indore airport

ইন্দোৰৰ পূৰ্বে চেন্নাই বিমান বন্দৰতো মোতায়েন কৰা হৈছিল ৰবট ষ্টাফ । ইন্দোৰৰ এক্ৰপ'লিচ ইন্সটিটিউটত নিৰ্মাণ কৰা হৈছে এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ ৰূপী এই ৰবট । প্ৰতিটো ৰবটৰ শৰীৰত সংযোগ কৰা হৈছে আই-পেড। এই আই-পেডৰ দ্বাৰা যাত্ৰীয়ে লাভ কৰিব পাৰিব এয়াৰপৰ্টৰ লগতে ইন্দোৰ চহৰ সম্পৰ্কীয় বিভিন্ন তথ্য । বিমান উত্তৰণ-অৱতৰণৰ সময়সূচী, বিভাগীয়-কৰ্মচাৰীৰ ফোন নম্বৰৰ সৈতে চহৰখনৰ মানচিত্ৰও ৰবট ষ্টাফৰ দ্বাৰা লাভ কৰিব পাৰিব যাত্ৰীয়ে।

robots posted at the Indore airport

 ইন্দোৰ বিমানবন্দৰত সহায়কাৰীৰ ৰূপত ৰবট

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ ইন্দোৰ বিমান বন্দৰত যাত্ৰীৰ সুবিধাৰ বাবে ৰবট ষ্টাফ মোতায়েন । যাত্ৰীৰ প্ৰতিটো অসুবিধাৰ প্ৰতি নজৰ ৰাখিব এই ৰবট ষ্টাফে । লগতে ইন্দোৰ চহৰৰ যিকোনো তথ্যপাতিও সংগ্ৰহ কৰিব পাৰিব বিমান বন্দৰত থকা এই ৰবট ষ্টাফৰ দ্বাৰা । 

ইন্দোৰৰ পূৰ্বে চেন্নাই বিমান বন্দৰতো মোতায়েন কৰা হৈছিল ৰবট ষ্টাফ । ইন্দোৰৰ এক্ৰপ'লিচ ইন্সটিটিউটত নিৰ্মাণ কৰা হৈছে এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ ৰূপী এই ৰবট । প্ৰতিটো ৰবটৰ শৰীৰত সংযোগ কৰা হৈছে আই-পেড । এই আই-পেডৰ  দ্বাৰা যাত্ৰীয়ে লাভ কৰিব পাৰিব এয়াৰপৰ্টৰ লগতে ইন্দোৰ চহৰ সম্পৰ্কীয় বিভিন্ন তথ্য । বিমান উত্তৰণ-অৱতৰণৰ সময়সূচী, বিভাগীয়-কৰ্মচাৰীৰ ফোন নম্বৰৰ সৈতে চহৰখনৰ মানচিত্ৰও ৰবট ষ্টাফৰ দ্বাৰা লাভ কৰিব পাৰিব যাত্ৰীয়ে।
noname.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.