ETV Bharat / bharat

পাৰাগুৱেৰ পতাকা ব্যৱহাৰ কৰি সমালোচিত ৰবাৰ্ট ৱাদ্ৰা

author img

By

Published : May 13, 2019, 1:49 PM IST

দেওবাৰে ভোটদান কৰাৰ পাছত টুইটাৰত নিজৰ এখন ফটো আপলোড কৰিছিল ৱাদ্ৰাই । কিন্তু ভুলক্ৰমে ভাৰতীয় পতাকাৰ বিপৰীতে পাৰাগুৱেৰ পতাকা ব্যৱহাৰ কৰাত টুইটাৰ ব্যৱহাৰকাৰীসকলৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হয় তেওঁ ।

ৰবাৰ্ট বাড্ৰা আৰু প্ৰিয়ংকা গান্ধী

নিউজ ডেস্ক, ১৩ মে': নিৰ্বাচনী সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাই টুইটাৰৰ জৰিয়তে সকলোকে আবেদন জনাই সমালোচনাৰ সন্মুখীন হ'বলগীয়া হ'ল । দেওবাৰে ভোটদান কৰাৰ পাছত টুইটাৰত নিজৰ এখন ফটো আপলোড কৰিছিল ৱাদ্ৰাই । কিন্তু ভুলক্ৰমে ভাৰতীয় পতাকাৰ বিপৰীতে পাৰাগুৱেৰ পতাকা ব্যৱহাৰ কৰাত টুইটাৰ ব্যৱহাৰকাৰীসকলৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হয় তেওঁ । ভোট প্ৰদান আমাৰ অধিকাৰ আৰু শক্তি, সেয়েহে সকলোৱে এখন সুন্দৰ ভাৰতৰ নিৰ্মাণৰ বাবে ভোটদান কৰা উচিত বুলি টুইটাৰত আহ্বান জনাই পাৰাগুৱেৰ পতাকা এখন ব্যৱহাৰ কৰে তেওঁ ।

ইয়াৰ পাছতে তেওঁৰ সমালোচনাত এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে যে ২০১৯ চনৰ ১২ মে' ত ৰবাৰ্ট ৱাদ্ৰাই নিজকে পাৰাগুৱেৰ নাগৰিক হিচাপে স্বীকৃতি দিছে । আন এজনে ব্যংগাত্মক সুৰত বিজেপিক ভোটদান কৰিলে নেকি বুলি প্ৰশ্ন কৰে । সকলোকে হাঁহিৰ খোৰাক যোগোৱা এই টুইটটো প্ৰায় চাৰি ঘন্টা ধৰি তেওঁৰ পেজত লাগি থাকে । পাছত ঘটনাৰ উমান পাই তেওঁ পোষ্টটো উঠাই দিয়াৰ উপৰি ভাৰতীয় পতাকা থকা ফেবুকৰ পোষ্ট এটাৰ ফটো আপলোড কৰে ৷

Intro:Body:

Vadra posts Paraguay flag in place of Tricolour, gets trolled

 (20:00) 

New Delhi, May 12 (IANS) In an embarrassing goof-up, Congress leader Priyanka Gandhi Vadra's husband Robert Vadra on Sunday used the flag of Paraguay instead of the Tricolour to spread awareness about the Lok Sabha elections on social media, inviting ridicule from netizens.

"Our right our strength !! Everyone must step out n vote...we need all support, to create a combined future for our loved ones, n for a secular, safe productive future of our country," Vadra tweeted with a joined hands emoji, the Indian Parliament and a Paraguayan flag, along with a photo of his inked finger after casting his vote.

The tweet, which became the butt of jokes on social media, remained for over four hours on his Twitter page.

Soon after the goof-up, Vadra was mercilessly trolled on social media, following which he deleted the tweet.

A user said, "Robert Vadra Declared Himself A Paraguayan Citizen On 12th May, 2019".

Another sarcastically asked, "Voted for BJP right?"

Though Vadra posted a correct caption on his Facebook page, he however failed to check the offending flag while posting it on Twitter.

Hours later he deleted the tweet and posted the screenshot of his Facebook post which had the Indian flag in the caption.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.