ETV Bharat / bharat

3 মে' পৰ্যন্ত বন্ধ থাকিব যাত্ৰীবাহী ৰে'লৰ চলাচল

author img

By

Published : Apr 14, 2020, 3:56 PM IST

যাত্ৰীবাহী ৰে'লৰ চলাচল স্থগিত কৰাৰ সময়সীমা বৃদ্ধি কৰিলে ভাৰতীয় ৰে'লৱেয়ে । প্ৰধানমন্ত্ৰী মোডীয়ে 3 মে'লৈ লক ডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ পিচতেই এই সিদ্ধান্ত লোৱা হৈছে ।

যাত্ৰীবাহী ৰে'লৰ চলাচল বন্ধ ৰাখিব 3 মে'লৈ

নিউজ ডেস্ক, 14 এপ্ৰিলঃ ভাৰতীয় ৰে'লৱেয়ে যাত্ৰীবাহী ৰে'লৰ চলাচল 3 মে'লৈ স্থগিত কৰাৰ কথা ঘোষণা কৰিছে ।

তেওঁলোকে কয় যে, মোডীয়ে লক ডাউন 3 মে'লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ পিচত ৰে'লৱেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Railways extends suspension of passenger services till May 3
ৰে'ল মন্ত্ৰণালয়ে জাৰি কৰা জাননীখন

উল্লেখ্য যে, কৰ'ণা ভাইৰাচ সংক্ৰমণ ৰোধৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 25 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈ সমগ্ৰ দেশতে লক ডাউন ঘোষণা কৰিছিল । তাৰ পাচতে ৰে'ল বিভাগেও বাতিল কৰিছিল সকলো যাত্ৰীবাহী ৰে'লৰ চলাচল । 14 এপ্ৰিলৰ পুৱা মোডীয়ে লক ডাউনৰ সময়সীমা আৰু 19 দিন বঢ়াই 3 মে' পৰ্যন্ত হ'ব বুলি ঘোষণা কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.