ETV Bharat / bharat

সলনি হ’ব "পাকিস্তান ৱালী গলী"ৰ নাম - গ্ৰেটাৰ নয়দা

"পাকিস্তান ৱালী গলী" আছে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত ৷ ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ত এই অঞ্চললৈ বহুলোক পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল ৷ তেতিয়াৰ পৰা এই অঞ্চল "পাকিস্তান ৱালী গলী" হিচাপে বিখ্যাত ৷

সলনী হ’ব "পাকিস্তান ৱালী গলী"ৰ নাম
author img

By

Published : Jul 31, 2019, 5:29 PM IST

গ্ৰেটাৰ নয়দা,31 জুলাই: "পাকিস্তান ৱালী গলী"ৰ বাসিন্দাসকলে বিছাৰিছে তেওঁলোক থকা অঞ্চলৰ নাম সলনি ৷ "পাকিস্তান ৱালী গলী" আছে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত ৷ ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ত এই অঞ্চললৈ বহু লোক পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল ৷ তেতিয়াৰ পৰা এই অঞ্চল "পাকিস্তান ৱালী গলী" হিচাপে বিখ্যাত ৷

ETV BHARAT ASSAM
সলনী হ’ব "পাকিস্তান ৱালী গলী"ৰ নাম
ETV BHARAT ASSAM
সলনী হ’ব "পাকিস্তান ৱালী গলী"ৰ নাম
এই লোকসকলে এতিয়া এই অঞ্চলৰ নামৰ বাবে বঞ্চিত হৈছে নিজৰ অধিকাৰৰ পৰা ৷ কোনো ধৰণৰ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈছে এইসকল লোক ৷ নিয়োগ আৰু সহজ লভ্য শিক্ষাৰ পৰা বঞ্চিত হৈছে এই সকল লোক ৷ আধাৰ কাৰ্ডত নাম থকা স্বত্বেও কোনো চৰকাৰী সা-সুবিধা নাই পোৱা এইসকল লোকে ৷ সোইবাবে এই লোকসকলৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওচৰত অনুৰোধ এই অঞ্চলৰ নাম সলনি কৰাৰ বাবে ৷ উল্লেখ্য যে,এই অঞ্চলত প্ৰায় 60-70 ঘৰ লোকে বাস কৰে ৷
ETV BHARAT ASSAM
সলনী হ’ব "পাকিস্তান ৱালী গলী"ৰ নাম
  • Bhupesh Kumar,a resident of "Pakistan Wali Gali":We don't get employment even after showing Aadhar Card.We spend money on our children's education but even they won't get employment.We're very disturbed. We request PM & CM to change the name of this colony & provide us employment pic.twitter.com/OYTfsN3Rxo

    — ANI UP (@ANINewsUP) July 30, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
  • Residents of "Pakistan Wali Gali" in Greater Noida request PM Modi & CM Yogi Adityanath to change the name of their colony; say, "we are Indians. 4 of our ancestors came here from Pakistan a long time ago. But still, even our Aadhar card has "Pakistan Wali Gali" written on them" pic.twitter.com/hYHWDezydk

Intro:Body:

PAKISTAN WALI GALI 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.