ETV Bharat / bharat

বিশিষ্ট সংগীত শিল্পী বালা সুব্ৰমনিয়ামক স্মৰণ ৰামোজী ৰাওৰ

author img

By

Published : Sep 26, 2020, 8:51 AM IST

বিশিষ্ট সংগীত শিল্পী এছ. পি. বালা সুব্ৰমনিয়ামক স্মৰণ কৰে ৰামোজী গ্ৰুপৰ অধ্যক্ষ ৰামোজী ৰাওয়ে ৷ উল্লেখ্য যে, শুকুৰবাৰে সুব্ৰমনিয়াম ক'ভিড-19 ত আক্ৰান্ত হৈ চেন্নাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷

Ramoji Rao remembers SPB
বিশিষ্ট সংগীত শিল্পী বালা সুব্ৰমনিয়ামক স্মৰণ ৰামোজী ৰাওৰ

বিশিষ্ট সংগীত শিল্পী এছ. পি. বালা সুব্ৰমনিয়ামক স্মৰণ কৰে ৰামোজী গ্ৰুপৰ অধ্যক্ষ ৰামোজী ৰাওয়ে ৷ উল্লেখ্য যে, শুকুৰবাৰে সুব্ৰমনিয়াম ক'ভিড-19 ত আক্ৰান্ত হৈ চেন্নাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ তেলেগু ভাষাত এক ভিডিঅ' শ্বেয়াৰ কৰি ৰামোজী ৰাওয়ে কয়, "তেওঁ এজন মহান সংগীত শিল্পীয়ে নহয়, মোৰ এজন সতীৰ্থও আছিল ৷ প্ৰায় 5 টা দশক ধৰি তেওঁ 16 টাকৈ ভাষাত গীত পৰিৱেশন কৰিছিল ৷ 100 বছৰতকৈও অধিক কাল তেওঁৰ গান সমূহে সকলোৰে অন্তৰ জয় কৰি থাকিব ৷ তেওঁ এজন মহান ব্যক্তি আৰু সংগীত শিল্পী আছিল ৷ এই দুখৰ সময়ত মই শব্দ বিচাৰি পোৱা নাই ৷ বালু...এয়া আমাৰ তৰফৰ পৰা চকুপানীৰে তোমালৈ অন্তিম বিদায় জনালো ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.