নেশ্যনেল ডেস্ক, 22 ফেব্ৰুৱাৰীঃ ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সভাপতি মহন্ত নিত্য গোপাল দাসে, ছমাহৰ ভিতৰতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি জনায় ৷ ইয়াৰোপৰি তেওঁ কয় যে, ট্ৰাষ্টে মন্দিৰ নিৰ্মাণৰ বাবে চৰকাৰৰ পৰা কোনো ধৰণৰ অনুদান নিবিচাৰে আৰু এই মন্দিৰ সম্পূৰ্ণভাৱে সাৰ্বজনীন দান-বৰঙণিৰে নিৰ্মাণ কৰা হ'ব ৷ সকলো ৰাজ্যৰে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলক ৰাম মন্দিৰ নিৰ্মাণত অংশগ্ৰহণ কৰিবলৈ অযোধ্যালৈ আমন্ত্ৰণ জনাইছে বুলিও জানিবলৈ দিয়ে সভাপতি গৰাকীয়ে ৷
ছমাহৰ ভিতৰত আৰম্ভ হ'ব ৰাম মন্দিৰ নিৰ্মাণৰ কামঃ মহন্ত নিত্য গোপাল দাস - Mahant Nritya Gopal Das
ছমাহৰ ভিতৰতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি জনায় ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সভাপতি মহন্ত নিত্য গোপাল দাসে ৷ এই মন্দিৰ সম্পূৰ্ণভাৱে সাৰ্বজনীন দান-বৰঙণিৰে নিৰ্মাণ কৰা হ'ব বুলিও জনায় সভাপতি গৰাকীয়ে ৷