ETV Bharat / bharat

কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হৈ শ্বহীদক স্মৰণ প্ৰতিৰক্ষামন্ত্ৰীৰ - Northern Command

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে জম্মু কাশ্মীৰত উপস্থিত হয় ৷ কাৰ্গিল যুদ্ধৰ বিশ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় সেনাৰ বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী জনাবলৈ ৰাজ্যখনত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৷

কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হৈ শ্বহীদক স্মৰণ প্ৰতিৰক্ষামন্ত্ৰীৰ
author img

By

Published : Jul 20, 2019, 5:10 PM IST

নিউজ ডেস্ক, 20 জুলাইঃ 1999 চনৰ কাৰ্গিল যুদ্ধৰ 20 বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে জম্মু-কাশ্মীৰৰ ড্ৰাছ ছেক্টৰস্থিত কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং ৷ মন্ত্ৰীগৰাকীৰ সৈতে কাৰ্গিল যুদ্ধ স্মাৰকত শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং, স্থলসেনা প্ৰধান জেনেৰেল বিপিন ৰাৱাট, নৰ্থাৰ্ণ কামাণ্ডৰ জিঅ'চি লে. জেন. ৰনবীৰ সিঙে ৷ প্ৰতিৰক্ষা বিভাগৰ দলটোৰ সৈতে উপস্থিত থকা শ্ৰীনগৰস্থিত প্ৰতিৰক্ষা মুখ্যালয়ৰ মুখপাত্ৰ কৰ্ণেল ৰাজেশ কালিয়াই প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ৷

EtvBharatAssam
কাৰ্গিল যুদ্ধ স্মাৰকৰ নৈসৰ্গিক দৃশ্য
EtvBharatAssam
কাৰ্গিল যুদ্ধ স্মাৰকত প্ৰতিৰক্ষা মন্ত্ৰী
EtvBharatAssam
প্ৰতিৰক্ষা বিভাগৰ দলটোৰ সৈতে ৰাজনাথ সিং
EtvBharatAssam
"মেম'ৰি লেন" উদ্বোধনৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী

যুদ্ধ স্মাৰকত উপস্থিত হৈ দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলক সামৰিক সন্মান জ্ঞাপন কৰাৰ লগতে এক মিনিট সময় মৌনতা অৱলম্বন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ "বীৰ ভূমি" আৰু "হাট অৱ ৰিমেমব্ৰেঞ্চ"ত উপস্থিত হোৱা প্ৰতিৰক্ষামন্ত্ৰীগৰাকীক কাৰ্গিল যুদ্ধৰ লগতে ভাৰতীয় সেনাৰ বৃহৎ সফলতাৰ উৎকৃষ্ট নিদৰ্শন "অপাৰেশ্বন বিজয়"ৰ বিষয়ে অৱগত কৰায় সেনাপ্ৰধান জেনৰেল বিপিন ৰাৱাটৰ লগতে লে. জেন. ৰনবীৰ সিঙে ৷ ইয়াৰ উপৰিও ড্ৰাছ ছেক্টৰত কাৰ্গিল যুদ্ধত নিহত হোৱা বিষয়া-জোৱানৰ স্মৃতি বিজড়িত এক "মেম'ৰি লেন" দেশবাসীৰ বাবে মুকলি কৰে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৷ ড্ৰাছ ছেক্টৰৰ লামচান ভিউ পইন্টত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক "অপাৰেশ্বন বিজয়"ৰ ওপৰত নিজৰ অভিজ্ঞতা ব্যক্ত কৰে কাৰ্গিল যুদ্ধৰ সেনানী, তথা ফায়াৰ এণ্ড ফিউৰী কৰ্পছৰ কামাণ্ডাৰ লে. জেন. ৱাই কে যোশীয়ে ৷

EtvBharatAssam
এগৰাকী জে চি অ'ৰ সৈতে ৰাজনাথ সিং
EtvBharatAssam
মেম'ৰি লেনত সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱাটৰ আৰু অন্যান্যসকলৰ সৈতে ৰাজনাথ সিং
EtvBharatAssam
"হাট অৱ ৰিমেমব্ৰেঞ্চ"ত প্ৰতিৰক্ষা মন্ত্ৰী
EtvBharatAssam
সেনাপ্ৰধান তথা অন্যান্য বিষয়া-জোৱানসকলৰ সৈতে ৰাজনাথ সিং
EtvBharatAssam
সেনা বিষয়া তথা জোৱানসকলৰ সৈতে ৰাজনাথ সিং
EtvBharatAssam
বীৰ ভূমিত শ্বহীদক শ্ৰদ্ধাঞ্জলি দিয়া অৱস্থাত ৰাজনাথ সিং

কাৰ্গিলত উপস্থিত হোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শ্বহীদক স্মৰণ কৰাৰ উপৰিও তাত কৰ্মৰত হৈ থকা সেনাৰ বিষয়া-জোৱানসকলৰ সৈতেও আলোচনাত মিলিত হোৱাৰ লগতে একেলগে খাদ্য গ্ৰহণ কৰে ৷

---------- Forwarded message ---------
From: Khursheed Wani <ksheed@gmail.com>
Date: Sat, Jul 20, 2019 at 3:22 PM
Subject: Fwd: RAKSHA MANTRI PAYS HOMAGE TO MARTYRS AT KARGIL WAR MEMORIAL
To: <khursheed.wani@etvbharat.com>

---------- Forwarded message ---------
From: PRO - DEFENCE <prodefsrinagar@gmail.com>
Date: Sat, Jul 20, 2019 at 1:46 PM
Subject: RAKSHA MANTRI PAYS HOMAGE TO MARTYRS AT KARGIL WAR MEMORIAL
To: PRO DEFENCE SRINAGAR <prodefsrinagar@gmail.com>

RAKSHA MANTRI PAYS HOMAGE TO MARTYRS AT KARGIL WAR MEMORIAL

                                                                                                Srinagar: Saturday, 20 July 2019

            The Raksha Mantri Shri Rajnath Singh visited the Kargil War Memorial at Dras today. He was accompanied by Union Minister Dr Jitendra Singh, the Chief of Army Staff, General Bipin Rawat and the General Officer Commanding in Chief Northern Command Lt Gen Ranbir Singh. 

            The Raksha Mantri commenced his visit by laying a wreath in memory of the gallant martyrs of Operation VIJAY at the iconic Kargil War Memorial, which was followed by observing of one minute silence as a mark of respect for the fallen heroes. He subsequently visited the 'Veer Bhoomi' and the ‘Hut of Remembrance’ which are co-located in the Memorial premises. During his visit, the Raksha Mantri was briefed on Operation VIJAY including the heroic actions of the Indian troops in thwarting the evil designs of the enemy in the Dras, Kargil and Batalik Sectors.

            As part of the commemoration of the 20th anniversary of Kargil Vijay Diwas, Shri Rajnath Singh dedicated a 'Memory Lane' which displays information on a few important battles. The 'Memory Lane' recapitulates the gallant deeds of the brave Indian Army Officers, Junior Commissioned Officers and Jawans who fought against all odds to rid the Indian territory of enemy intruders.  

            Subsequently, Lieutenant General YK Joshi, General Officer Commanding Fire & Fury Corps, himself a veteran of Operation VIJAY, briefed the Raksha Mantri at Lamochan View Point on various battles that took place during the Kargil War in 1999. The Raksha Mantri also took the opportunity to share a cup of tea and interact with the soldiers presently deployed in the Sector. He appreciated the dedication of the troops who are defending the borders, in these challenging conditions and conveyed the appreciation of the Nation to the Indian Army, for always keeping 'Nation First'.

Col Rajesh Kalia

PRO (Def) Srinagar

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.