ETV Bharat / bharat

তিনিদিনীয়া ভ্ৰমণ কাৰ্য্যসূচীৰে কেৰালাৰ ওয়ানাদত উপস্থিত ৰাহুল গান্ধী

author img

By

Published : Oct 20, 2020, 5:36 PM IST

তিনিদিনীয়া ভ্ৰমণ কাৰ্য্যসূচীৰে কেৰালাৰ ওয়ানাদত উপস্থিত হয় ৰাহুল গান্ধী ৷ ক'ভিড 19 ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে ৷ ইয়াৰ মাজতে সৃষ্টি হয় আন এক বিতৰ্কৰ ৷

Rahul Gandhi attended a meeting at Wayanad  in Kerala
তিনিদিনীয়া ভ্ৰমণ কাৰ্য্যসূচীৰে কেৰেলাৰ ওয়ানাদত উপস্থিত ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক 20 অক্টোবৰ : সোমবাৰৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ কেৰালা ভ্ৰমণৰ তিনিদিনীয়া কাৰ্য্যসূচীৰ অংশ হিচাবে কংগ্ৰেছ নেতাগৰাকীয়ে মংগলবাৰে উপস্থিত হয় কেৰালাৰ ওয়ানাদত ৷ কেৰালাৰ ওয়ানাদত উপস্থিত হৈ ক'ভিড 19 ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত জিলাখনৰ উচ্চপদস্থ বিষয়ববীয়া সকলৰ লগত কৰে পৰ্যালোচনা সভা ৷ সংসদীয় সমষ্টি পৰিভ্ৰমন কৰি কেৰালাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়ববীয়াৰ লগতো মিলিত হয় এখন সভাত ৷ গুৰুত্ত্বপূৰ্ণ কথা যে, ওয়ানাদ জিলাৰ পঞ্চায়ত সমূহৰ সভাপতি সকলৰ লগতো ক'ভিড 19 ৰ পৰিস্থিতি সন্দৰ্ভ আলোচনা কৰাৰ সমান্তৰালকৈ সৃষ্টি হৈছে আন এক বিতৰ্কৰ ৷ ওয়ানাদ জিলাৰ চিপিএম দলৰ পঞ্চায়ত সভানেত্ৰী নাচীমাক নিমন্ত্ৰণ জনোৱা হৈছিল সভালৈ; কিন্তু লক্ষণীয় ভাৱে সভানেত্ৰী গৰাকীক সভা কক্ষত সোমোৱাত কৰা হ’ল বাধা প্ৰদান ৷

নাচীমাৰ মতে, উক্ত সভাখনত উপস্থিত থকা তেওঁৰ অধিকাৰ আছে, কাৰণ তেওঁ কেৰালা জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ উপাধ্যক্ষ; তেওঁক নিমন্ত্ৰণ জনাই সভাত উপস্থিত হ'বলৈ নিদিয়াটো অতি দুৰ্ভাগ্যজনক ৷

লগতে পঢ়ক: ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.