নেশ্যনেল ডেস্ক, 10 চেপ্তেম্বৰ: ৰাষ্ট্ৰীয় জনতা দ'লৰ নেতা ৰঘুবংশ প্ৰসাদ সিঙৰ দলৰ পৰা পদত্যাগ ৷ প্ৰত্যাহ্বানৰ সন্মুখীন ৰাষ্ট্ৰীয় জনতা দল ৷ বিহাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্তত দলৰ জ্যেষ্ঠ নেতাজনে লোৱা এই সিদ্ধান্তই যথেষ্ঠ তাৎপৰ্য বহন কৰিছে ৷ উল্লেখ্য যে চলিত বৰ্ষৰ জুন মাহত দলৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ পদৰ পৰাও তেওঁ অব্যাহতি লৈছিল ৷ তেওঁ বৰ্তমান অল ইণ্ডিয়া ইন্সটিটিউট অফ মেডিকেল চাইন্সত ভৰ্তি হৈ আছে ৷
ৰঘুবংশ প্ৰসাদ সিঙৰ দলৰ পৰা পদত্যাগ - ৰঘুবংশ প্ৰসাদ সিঙৰ দলৰ পৰা পদত্যাগ
ৰাষ্ট্ৰীয় জনতা দলৰ জ্যেষ্ঠ নেতা ৰঘুবংশ প্ৰসাদ সিঙৰ দলৰ পৰা পদত্যাগ ৷ বিহাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্তত নেতাজনে লোৱা এই সিদ্ধান্তৰ ফলত দ'লটো চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ৷
ৰঘুবংশ প্ৰসাদ সিঙৰ দলৰ পৰা পদত্যাগ
নেশ্যনেল ডেস্ক, 10 চেপ্তেম্বৰ: ৰাষ্ট্ৰীয় জনতা দ'লৰ নেতা ৰঘুবংশ প্ৰসাদ সিঙৰ দলৰ পৰা পদত্যাগ ৷ প্ৰত্যাহ্বানৰ সন্মুখীন ৰাষ্ট্ৰীয় জনতা দল ৷ বিহাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্তত দলৰ জ্যেষ্ঠ নেতাজনে লোৱা এই সিদ্ধান্তই যথেষ্ঠ তাৎপৰ্য বহন কৰিছে ৷ উল্লেখ্য যে চলিত বৰ্ষৰ জুন মাহত দলৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ পদৰ পৰাও তেওঁ অব্যাহতি লৈছিল ৷ তেওঁ বৰ্তমান অল ইণ্ডিয়া ইন্সটিটিউট অফ মেডিকেল চাইন্সত ভৰ্তি হৈ আছে ৷
Last Updated : Sep 10, 2020, 5:03 PM IST