ETV Bharat / bharat

ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ'ল ৰাফেল যুদ্ধ বিমান

author img

By

Published : Sep 10, 2020, 1:08 PM IST

Updated : Sep 10, 2020, 1:36 PM IST

ভাৰতীয় বায়ুসেনাক প্ৰদান কৰা হ'ল ৰাফেল যুদ্ধ বিমান ৷ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য , "ভাৰতীয় বায়ুসেনাত ৰাফেলৰ অন্তৰ্ভুক্তি সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ বাৰ্তা ; বিশেষকৈ আমাৰ দেশৰ সাৰ্বভৌমত্বত চকু দিয়া সকলৰ বাবে ই এক কঠোৰ বাৰ্তা ৷"

ভাৰতীয় বায়ুসেনাক আজি আনুষ্ঠানিকভাৱে  প্ৰদান কৰা হ'ল ৰাফেল যুদ্ধবিমান

নেশ্যনেল ডেস্ক, 10চেপ্তেম্বৰ: "ভাৰতীয় বায়ুসেনাত ৰাফেলৰ অন্তৰ্ভুক্তি সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ বাৰ্তা ; বিশেষকৈ আমাৰ দেশৰ সাৰ্বভৌমত্বত চকু দিয়াসকলৰ বাবে ই এক কঠোৰ বাৰ্তা ৷" এই গুৰুত্বপূৰ্ণ মন্তব্য দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ৷ ভাৰতীয় বায়ুসেনাক আজি আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ'ল ৰাফেল যুদ্ধ বিমান ৷ ৰাফেল যুদ্ধ বিমান প্ৰদান কৰাৰ বাবে হাৰিয়ানাৰ আম্বালা বিমান ঘাটিত আজি আয়োজিত অনুষ্ঠানত এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ভাৰত-চীন সংঘাতৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কৰা এই মন্তব্যই যথেষ্ঠ তাৎপৰ্য বহন কৰিছে ৷ ৰাফেলৰ অন্তৰ্ভুক্তিয়ে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ৷

লগতে চাওক: আম্বালাৰ বায়ু সেনা ছাউনীৰ পৰা ৰাফেল বিমানৰ আনুষ্ঠানিক সংযোজন লাইভ

Last Updated : Sep 10, 2020, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.