ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত অভিনেত্ৰী ৰাছেল হোৱাইট - টুইট

মডেলৰ পৰা অভিনয় জগতত ভৰি থোৱা ৰাছেল হোৱাইটো আক্ৰান্ত মহামাৰী কৰ'ণাত । শনিবাৰে অভিনেত্ৰী গৰাকীয়ে টুইটযোগে সদৰি কৰে এই কথা ।

ৰাছেল হোৱাইট
ৰাছেল হোৱাইট
author img

By

Published : Jul 12, 2020, 9:47 PM IST

নিউজ ডেস্ক, ১২ জুলাইঃ মহামাৰী কৰ'ণাত আক্ৰান্ত হয় অভিনেত্ৰী ৰাছেল হোৱাইট । শনিবাৰে ৰাছেলে টুইটাৰযোগে সদৰি কৰে এই কথা । টুইটাৰযোগে ৰাছেলে কয়,"মোৰ COVID-19 ৰ পৰীক্ষাৰ ৰিজাল্ট পজিটিভ আহিছে । আশা কৰিছো আপোনালোকে মোক আৰোগ্য হৈ উঠিবৰ বাবে প্ৰাৰ্থনা কৰিব ।"

  • I have tested COViD19 positive. Quarantined at home. Please keep me in your prayers as I set off on my path to recovery. 🙏

    — Rachel White (@whitespeaking) July 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, অভিনেত্ৰী গৰাকীয়ে টুইট কৰা কিছু সময় পাচতে অভিনেত্ৰী ঋতুপৰ্ণা সেনগুপ্তা আৰু ছবি পৰিচালক বিৰছা দাসগুপ্তাসহ বহু কেইগৰাকী জনপ্ৰিয় লোকে অভিনেত্ৰী গৰাকীৰ টুইটk ৰি-টুইট কৰি আৰোগ্য কামনা কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.