ETV Bharat / bharat

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ নতুন মিছন

author img

By

Published : May 21, 2019, 11:33 PM IST

বুধবাৰে পুৱা শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ'ব RISAT-2B নামৰ কৃটিম উপগ্ৰহটো । ভাৰতীয় মহাকাশ গৱেষনা সংস্থাই প্ৰকাশ কৰে এই কথা । ৰাইজে প্ৰত্যক্ষ কৰিব পৰাকৈও ব্যৱস্থা গ্ৰহণ কৰিছে মহাকাশ কেন্দ্ৰটো ।

ETV BHARAT

শ্ৰীহৰিকোটা, ২১ মে': বুধবাৰে ভাৰতে PSLVC46 ৰকেটৰে উৎক্ষেপণ কৰিব RISAT-2B নামৰ কৃটিম উপগ্ৰহটো । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISROয়ে প্ৰকাশ কৰে এই কথা । শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ প্ৰথম উৎক্ষেপণ পেডৰ পৰা পুৱা চাৰে পাঁচ বজাত উৎক্ষেপণ কৰা হ'ব উপগ্ৰহটো ।

উল্লেখ্য যে, PSLVC46 হৈছে PSLVC ৰ ৪৮ সংখ্যক মিছন যি RISAT-2B কৃটিম উপগ্ৰহটো উৎক্ষেপণ কৰিব । ইয়াৰোপৰিও, শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপিত এইটো ৭২ সংখ্যক ৰকেট । লগতে মহাকাশ কেন্দ্ৰটোৰ প্ৰথম উৎক্ষেপণ পেডৰ ৩৬ সংখ্যক উৎক্ষেপণ ।

ইয়াৰ লগতে, কৃটিম উপগ্ৰহটোৰ সমগ্ৰ উৎক্ষেপণ পক্ৰিয়া ৰাইজে প্ৰত্যক্ষ কৰিব পৰাকৈ গেলাৰীৰো ব্যৱস্থা কৰিছে সংস্থাটোৱে ।

ভাৰতীয় মহাকাশ গৱেষনা সংস্থাৰ নতুন মিছন

বুধবাৰে পুৱা শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ'ব RISAT-2B নামৰ কৃটিম উপগ্ৰহটো । ভাৰতীয় মহাকাশ গৱেষনা সংস্থাই প্ৰকাশ কৰে এই কথা । ৰাইজে প্ৰত্যক্ষ কৰিব পৰাকৈও ব্যৱস্থা গ্ৰহণ কৰিছে মহাকাশ কেন্দ্ৰটো ।

শ্ৰীহৰিকোটা, ২১ মে': বুধবাৰে ভাৰতে PSLVC46 ৰকেটৰে উৎক্ষেপণ কৰিব RISAT-2B নামৰ কৃটিম উপগ্ৰহটো । ভাৰতীয় মহাকাশ গৱেষনা সংস্থা চমুকৈ ISROয়ে প্ৰকাশ কৰে এই কথা । শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ প্ৰথম উৎক্ষেপণ পেডৰ পৰা পুৱা চাৰে পাঁচ বজাত উৎক্ষেপণ কৰা হ'ব উপগ্ৰহটো ।  

উল্লেখ্য যে, PSLVC46 হৈছে PSLVC ৰ ৪৮ সংখ্যক মিছন যি RISAT-2B কৃটিম উপগ্ৰহটো উৎক্ষেপণ কৰিব । ইয়াৰোপৰিও, শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপিত এইটো ৭২ সংখ্যক ৰকেট । লগতে মহাকাশ কেন্দ্ৰটোৰ প্ৰথম উৎক্ষেপণ পেডৰ ৩৬ সংখ্যক উৎক্ষেপণ ।

ইয়াৰ লগতে, কৃটিম উপগ্ৰহটোৰ সমগ্ৰ উৎক্ষেপণ পক্ৰিয়া ৰাইজে চাব পৰাকৈ গেলাৰীৰো ব্যৱস্থা কৰিছে সংস্থাটোৱে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.