ETV Bharat / bharat

উত্তৰ প্ৰদেশত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত আৰক্ষী মহাপৰিদৰ্শকৰ সংবাদমেল - caa

উত্তৰ প্ৰদেশত 144 ধাৰা অব্যাহত থকাৰ পিচতো দাওদাওকৈ জ্বলিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী জুই ৷ শনিবাৰ পৰ্যন্ত ঠাইয়ে ঠাইয়ে অব্যাহত আছে হিংসাত্মক কাৰ্য ৷ এক সংবাদমেলযোগে আৰক্ষী মহাপৰিদৰ্শক প্ৰবীণ কুমাৰে এই কথা ব্যক্ত কৰে

144 ধাৰা অব্যাহত ৰাজ্যখনত
উত্তৰ প্ৰদেশত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত আৰক্ষী মহাপৰিদৰ্শকৰ সংবাদমেল
author img

By

Published : Dec 21, 2019, 11:37 PM IST

লক্ষ্ণৌ,21 ডিচেম্বৰঃ উত্তৰ প্ৰদেশত দাওদাওকৈ জ্বলিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী জুই ৷ ৰাজ্যখনত 144 ধাৰা অব্যাহত থকাৰ পিচতো ক্ষান্ত হোৱা নাই জনসাধাৰণ ৷ শনিবাৰ পৰ্যন্ত ঠাইয়ে ঠাইয়ে অব্যাহত আছে হিংসাত্মক কাৰ্য ৷ ৰাজ্যখনত সংঘটিত প্ৰতিবাদী কাৰ্যসূচীত বৰ্তমানলৈ 15 জন লোকৰ মৃত্যু হৈছে ৷ লগতে 705 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তদুপৰি 4500 জন লোকক আটক কৰি সোধ-পোঁচৰ অন্তত মুকলি কৰে আৰক্ষীয়ে ৷

উত্তৰ প্ৰদেশত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত আৰক্ষী মহাপৰিদৰ্শকৰ সংবাদমেল

লক্ষ্ণৌত অনুষ্ঠিত এক সংবাদমেলযোগে আৰক্ষী মহাপৰিদৰ্শক প্ৰবীণ কুমাৰে এই কথা ব্যক্ত কৰে ৷ উক্ত হিংসাত্মক ঘটনাত 263 গৰাকী আৰক্ষী আহত হৈছে ৷ ইয়াৰ ভিতৰত 57গৰাকী গুলীয়াগুলীত আহত হয় ৷

লগতে চাওকঃপ্লাষ্টিকৰ বটলৰ পৰা টি-চাৰ্ট নিৰ্মাণ কৰিছে ছট্টিশগড়ৰ এজন লোকে

Intro:Body:

Praveen Kumar, IG(Law&Order): In protest against #CitizenshipAmendmentAct since Dec 10 in state, 705 people arrested&around 4500 people released after preventive arrest.15 casualties have happened,&263 police personnel were injured of which 57 personnel received fire arm injuries

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.