ETV Bharat / bharat

উত্তৰ প্ৰদেশত চৰকাৰক আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ - কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

উত্তৰ প্ৰদেশত দলিত তথা মহিলা সম্বন্ধীয় অপৰাধ ৰাজ্যখনত এক-তৃতীয়াংশ বৃদ্ধি পোৱাৰ পাচতো উত্তৰ প্ৰদেশক অপৰাধ মুক্ত বুলি ৰাজ্য চৰকাৰে চলোৱা প্ৰচাৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে । ২০১৬ ৰ পৰা ২০১৮ চনৰ ভিতৰত উত্তৰ প্ৰদেশত ২১ শতাংশ মহিলা সম্বন্ধীয় অপৰাধমূলক ঘটনা বৃদ্ধি পায় বুলিও টুইটযোগে সদৰি কৰে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ।

প্ৰিয়ংকা গান্ধী
উত্তৰ প্ৰদেশত চৰকাৰক আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ
author img

By

Published : Jul 7, 2020, 7:32 AM IST

নিউজ ডেস্ক, ৭ জুলাইঃ উত্তৰ প্ৰদেশৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত সোমবাৰে ৰাজ্যখনত শাসনাধিস্থ চৰকাৰৰ ওপৰত আক্ৰমণ কৰে কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই । উত্তৰ প্ৰদেশত অপৰাধজনিত কাৰণ বৃদ্ধিৰ বাবে জবাবদিহি হ'ব লগা সময়তে "উত্তৰ প্ৰদেশ অপৰাধ মুক্ত" বুলি ৰাজ্য চৰকাৰে মিছা প্ৰচাৰ চলোৱা বুলি মত ব্যক্ত কৰে প্ৰিয়ংকা গান্ধীয়ে ।

  • दलितों के खिलाफ होने वाले कुल अपराध के एक तिहाई अपराध यूपी में होते हैं। यूपी में महिलाओं के खिलाफ अपराध में साल 2016 से 2018 तक 21% की बढ़ोत्तरी हुई।

    ये सारे आंकड़ें यूपी में बढ़ते अपराधों और अपराध के मजबूत होते शिंकजे की तरफ इशारा कर रहे हैं।..1/2 pic.twitter.com/yD2BKMjb9T

    — Priyanka Gandhi Vadra (@priyankagandhi) July 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

গান্ধীয়ে টুইটযোগে লিখে যে, দলিতসকলৰ বিৰুদ্ধে সকলো ধৰণৰ অপৰাধৰ ক্ষেত্ৰতে এক-তৃতীয়াংশ উত্তৰ প্ৰদেশত আছে । উত্তৰ প্ৰদেশত ২০১৬ ৰ পৰা ২০১৮ চনৰ ভিতৰত মহিলা সম্বন্ধীয় অপৰাধ ২১ শতাংশলৈ বৃদ্ধি পাইছে ।

  • ... हैरानी इस बात की है कि इन सब पर जवाबदेही फिक्स करने की बजाय यूपी सरकार "अपराध खत्म हो जाने" का झूठा प्रचार करती रही। 2/2

অন্য ৰাজ্যৰ তুলনাত উত্তৰ প্ৰদেশত মহিলা আৰু দলিতসকলৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পোৱা বুলি প্ৰিয়ংকা গান্ধীয়ে কয়, "এই সংখ্যাই উত্তৰ প্ৰদেশত ক্ৰমবৰ্ধমান অপৰাধ তথা অপৰাধৰ সংখ্যা বৃদ্ধি হোৱাৰ ইংগিত বহন কৰে । কিন্তু এই সময়ত আশ্চর্যজনকভাবে উত্তৰ প্ৰদেশ চৰকাৰ জবাবদিহি হোৱাৰ পৰিৱৰ্তে উত্তৰ প্ৰদেশ অপৰাধ মুক্ত বুলি প্ৰচাৰ চলাই আছে ।"

লগতে পঢ়ক : দক্ষিণ চীন সাগৰত আমেৰিকাই‌ সামৰিক অভ্যাস চলোৱাৰ অভিযোগ চীনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.