ETV Bharat / bharat

এন আৰ এলৰ ব্যক্তিগতকৰণঃ অসমৰ জনসাধাৰণৰ আৱেগত আন এক আঘাত

author img

By

Published : Nov 19, 2019, 11:22 PM IST

এন আৰ এলৰ আন দুই অংশীদাৰ হ’ল অইল ইণ্ডিয়া(26 শতাংশ) আৰু অসম চৰকাৰ(12.35শতাংশ)৷ এন আৰ এলৰ বৰ্তমান মূলধন হ’ল 1000 কোটি আৰু ইয়াৰ পৰিশোধিত মূলধন হ’ল 735.63 কোটি ৷ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ অৰ্থনৈতিক তথা শিল্পৰ বিকাশৰ বাবে 1985 চনত ঐতিহাসিক অসম চুক্তিৰ আধাৰত এন আৰ এলৰ অসমত স্থাপন কৰা হৈছিল ৷

এন আৰ এলৰ ব্যক্তিগতকৰণঃ অসমৰ জনসাধাৰণৰ আৱেগত আন এক আঘাত

নতুন দিল্লী, 19 নৱেম্বৰঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ৰাজ্য চৰকাৰৰ দ্বাৰা চালিত বিপিচিএলক ব্যক্তিগত খণ্ডক গটোৱাৰ কথা ঘোষণা কৰাৰ পিছতেই, শাষক তথা বিৰোধী উভয় পক্ষই এই ক্ষেত্ৰত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে ৷ শনিবাৰে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বিপিচিএল তথা এয়াৰ ইণ্ডিয়াক অহা বৰ্ষৰ মাৰ্চ মাহলৈকে বিক্ৰী কৰি দিয়া হ’ব ৷ কেন্দ্ৰৰ দ্বাৰা গৃহীত উক্ত কৌশলগত বিক্ৰীৰ পদক্ষেপে দেশৰ আৰ্থিক মন্দাৱস্থাক 1 লাখ কোটি টকালৈ পুনৰুজ্জীৱিত কৰিব ৷

সূত্ৰই জনায় যে, এবছৰৰ ৰাজহ বৃদ্ধি কৰাৰ বাবে বিনিয়োগৰ পৰা প্ৰাপ্ত অংশসমূহত বেংকিঙৰ ব্যৱস্থা কৰা হৈছে য’ত কৰ সংগ্ৰহৰ ওপৰত প্ৰচণ্ড গুৰুত্ব প্ৰয়োগ হৈ আছে ৷ পুনঃবিনিয়োগ এই সিদ্ধান্তই ইতিমধ্যে অসমত এক গুৰু বিতৰ্কৰ সৃষ্টি কৰিছে ৷ বিভিন্ন সংস্থা আৰু ৰাজনৈতিক দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে কাৰণ বিপিচিএলৰ ব্যক্তিগতকৰণে নুমলীগড় শোধানাগাৰৰ পৰা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰিচয় নোহোৱা কৰিব ৷ উজনি অসমৰ গোলাঘাট জিলাত অৱস্থিত নুমলীগড় শোধানাগাৰত বিপিচিএলৰ প্ৰায় 61.65 শতাংশ ভাগ আছে ৷ নুমলীগড় শোধানাগাৰৰ লগত অসমৰ জনসাধাৰণৰ আৱেগ জড়িত হৈ আছে ৷ কেন্দ্ৰৰ পুনঃ বিনিয়োগৰ বিৰোধিতা কৰা সংস্থাসমূহে ব্যক্ত কৰিছে যে, এন আৰ এল, বিপিচিএলৰ এক সহায়ক সংস্থা য’ত এন আৰ এলৰ 61.65 শতাংশ ভাগ আছে যি বিপিচিএলৰ পুনঃবিনিয়োগৰ অন্তত ব্যক্তিগত খণ্ডৰ হাতলৈ গুচি যাব ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ভাষ্য

এন আৰ এলৰ আন দুই অংশীদাৰ হ’ল অইল ইণ্ডিয়া(26 শতাংশ) আৰু অসম চৰকাৰ(12.35শতাংশ)৷ এন আৰ এলৰ বৰ্তমান মূলধন হ’ল 1000 কোটি আৰু ইয়াৰ পৰিশোধিত মূলধন হ’ল 735.63 কোটি ৷ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ অৰ্থনৈতিক তথা শিল্পৰ বিকাশৰ বাবে 1985 চনত ঐতিহাসিক অসম চুক্তিৰ আধাৰত এন আৰ এলৰ অসমত স্থাপন কৰা হৈছিল ৷ এক ক্ষুদ্ৰ ৰত্ন সংস্থা হিচাপে স্বীকৃত এন আৰ এলে আৰম্ভণিৰ পূৰ্বলৈকে ৰাষ্ট্ৰীয় কোষাগাৰত 30,000 কোটিতকৈও অধিক অৰ্থ প্ৰদান কৰিছে ৷ এন আৰ এলে এলপিজি, নেফথা, মটৰ স্পিৰিট, এভিয়েছন টাৰবাইন ফুৱেল, হাই স্পীড ডিজেল, নাইট্ৰ’জেন আদি উৎপাদন কৰে ৷ 1999 চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এন আৰ এলৰ শুভ উদ্বোধন কৰিছিল ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে, অসমৰ জনসাধাৰণে এন আৰ এলৰ ব্যক্তিগতকৰণক কেতিয়াও সহজভাৱে গ্ৰহণ নকৰে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, "এন আৰ এলৰ ভাগ বিক্ৰী কৰাৰ কেন্দ্ৰৰ যি সিদ্ধান্ত সেইয়া জনবিৰোধী ৷ আমি ইয়াক কেতিয়াও মানি ন’লও৷" তেখেতে আৰু কয় যে, অসমৰ জনসাধাৰণৰ আৱেগ এন আৰ এলৰ সৈতে জড়িত হৈ আছে ৷ ই অসম আন্দোলনৰ ফলাফল, যাৰ বাবে কেইবাশ যুৱকে নিজৰ জীৱন ত্যাগ কৰিছিল ৷

বিষয়টো সন্দৰ্ভত কেন্দ্ৰৰ বেচৰকাৰীকৰণৰ পদক্ষেপৰ বিৰুদ্ধে বহু সংখ্যক সংস্থাই ইতিমধ্যে বিক্ষোভ প্ৰদৰ্শন কৰিছে যাৰ ফলত অসমত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আনহাতে, নুমলীগড় শোধানাগাৰৰ কৰ্মচাৰী ইউনিয়নেও আশংকা কৰিছে যে, সংস্থাটোৰ ব্যক্তিগতকৰণ হ’লে তেঁওলোকে নিজৰ চাকৰিক লৈও অনিশ্চয়তাত ভুগিব লাগিব ৷ সদৌ অসম ছাত্ৰ সন্থা যি অসম চুক্তিৰ এক অন্যতম স্বাক্ষৰকাৰী আছিল তেঁওলোকেও কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধীতা কৰি কয় যে, তেঁওলোকে কোনোপধ্যেই এন আৰ এলৰ চৰিত্ৰক হ্ৰাস পাব নিদিয়ে ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বিষয়টো সন্দৰ্ভত কেন্দ্ৰলৈ এখনি পত্ৰ প্ৰেৰণ কৰিছে ৷ এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰখনে যি বিৰোধীতাৰ মুখামুখী হৈছিল, সেই একেই বিৰোধীতা পুনঃবিনিয়োগৰ সিদ্ধান্তৰ ক্ষেত্ৰতো মোদী চৰকাৰখনৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰাৰ সম্ভাৱনা আছে ৷

সাংসদ ৰাজদ্বীপ ৰয়ৰ ভাষ্য

আনহাতে, বিজেপি সাংসদ সকলে দাবী কৰিছে যে, কেন্দ্ৰই এন আৰ এলৰ আন্তৰিকতাৰ বিষয়টো নজৰত ৰাখিব ৷ অসমৰ বিজেপি সাংসদ ৰাজদ্বীপ ৰয়ে কয় যে, "আমি সোমবাৰে নতুন দিল্লীত অৰ্থমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰিছো আৰু তেখেতে আমাক আশ্বাস প্ৰদান কৰিছে যে, পেট্ৰ’লিয়াম শোধানাগাৰটোৰ ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰিচয় অক্ষুন্ন থাকিব ৷ এন আৰ এলৰ সৈতে বৃহত্তৰ অসমৰ অসমৰ আৱেগৰ বিষয়ে তেখেত অৱগত ৷" কংগ্ৰেছৰ সমালোচনাৰ ওপৰত তেখেতে কয় যে, কংগ্ৰেছে সকলো বিষয়ৰ পৰাই এটি নতুন নতুন বিষয় উদ্ভাৱনৰ চেষ্টা কৰে ৷ ৰাজদ্বীপ ৰয়ে আৰু কয় যে, "আমি এন আৰ এলৰ বাবেও উদ্বিগ্ন ৷ কিন্তু আমি নিশ্চিত কৰিছো যে, এন আৰ এলৰ পিএচইউ উপাধিটো কোনো কাৰনতে মিশ্ৰিত নহওঁক, কেন্দ্ৰই অসমৰ জনগণৰ কথা ভাবিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ৷"

Intro:New Delhi: After National Register of Citizen (NRC) and Citizenship Amendment Bill (CAB) issue, it's now the disinvestment proposal mooted by the Centre involving Bharat Petrolium Corporation Limited (BPCL) that has its direct impact on Assam.

Body:Days after, Union Finance Minister Nirmala Sitaraman has announced of selling the state-run BPCL to private organisations, both ruling and opposition parties from Assam have expressed concern over the move.

On Saturday, Sitaram said that state-run BPCL along with Air India will be sold by March next. The move for the strategic sale taken by the centre is expected to revive country's economic slow down by raising over Rs 1 lakh crore in the current fiscal.

Sources said that the centre is banking on receipts from investment to increase revenue in a year in which tax collection are reportedly under tremendous pressure.

The decision of disinvestment, however, already created a major controversy with several organisations as well as political parties in Assam are opposing the move because privatizing BPCL will remove the Public Sector Undertaking (PSU) tag from the Numaligarh Refinery Limited (NRL).

BPCL holds 61.65 percent share in NRL which is located in Golaghat in Upper Assam district.

People of Assam have their sentiments connected with NRL.

The organisations opposing centre's disinvestment move said that NRL, being a subsidiary of BPCL which holds 61.65 percent of NRL share, will automatically go to private companies after disinvestment of BPCL.

The other two stakeholders in NRL are Oil India (26 percent) and Assam government (12.35 percent). The present authorised capital of NRL is Rs 1000 crore and paid up capital is Rs 735.63 crore.

NRL was setup in Assam under the historic Assam Accord of 1985 for economic and industrial development of northeastern states. Recognised as a Mini Ratna company, NRL, till it's beginning had paid more than Rs 30,000 crore to the national and state exchquer.

NRL produce LPG, Naphtha, Motor Spirit (MS), Aviation Turbine Fuel (ATF), Superior Kerosine Oil (SKO), High Speed Diesel (HSD), Nitrogen among others. The NRL was inaugurated by the erstwhile Prime Minister Atal Behari Vajpayee in 1999.

The Assam Pradesh Congress Committee (APCC) president Ripun Bora said that people of Assam will never accept the decision to privatise the NRL.

"Centre's plan to sell its stake in NRL is anti-people. We will never accept such move," said Bora in an exclusive interview to ETV Bharat.

He said that sentiments of the people of Assam is connected with NRL. "NRL is the outcome of Assam agitation in which hundreds of youths have sacrificed their lives," said Bora.

BJP MPs from Assam, however, claimed that Centre will keep the intetest of NRL in mind.

"We have met Finance Minister Nirmala Sitaraman in New Delhi on Monday and she assured us that the PSU tag of the Petrolium Refinary will be kept intact. She is aware of the sentiment of the people of Assam which is connected with NRL, " said Rajdeep Roy, BJP MP from Assam.

Criticising Congress, Roy said that they (Congress) has been trying to make an issue out of nothing.

"We are also concerned for NRL...but We have ensured that the PSU tag of the NRL does not get diluted and Centre should take the sentiments of the people of Assam in mind while going for disinvestment," Roy said.

Conclusion:The matter has already created a ruckus in Assam with several organisations staging protest demonstration against Centre's privatisation move. The Numaligarh Refinery Employee's Union (NREU) are afraid that once the organisation become privatised, they will be uncertainty over their jobs also.

The influential All Assam Students Union (AASU) which was one of the signatory of the Assam Accord said thatbit will not allow dilution of character of NRL.

Interestingly, Chief Minister Sarbananda Sonowal has also dashed a letter to the Centre over the issue.

Like the way Centre faced opposition over NRC and CAB, the disinvestment issue is also likely to pose a big challenging task for the Narendra Modi government.

end.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.