ETV Bharat / bharat

উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগত মোডীৰ নিৰ্বাচনী প্ৰচাৰ

কোন বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মোডীয়ে !

author img

By

Published : May 9, 2019, 10:11 AM IST

উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগত মোডীৰ নিৰ্বাচনী প্ৰচাৰ

নিউজ ডেস্ক, 9 মে' : দুটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন বাকী থকা অৱস্থাত বুধবাৰে দুখনকৈ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

উত্তৰ প্ৰদেশ আৰু আৰু পশ্চিমবংগৰ 5 টাকৈ বিধানসভা সমষ্টিত নিৰ্বাচনী ৰেলীত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ উত্তৰ প্ৰদেশৰ আজমগড়, প্ৰয়াগৰাজ আৰু জোনপুৰত তিনিখনকৈ ৰেলীত অংশগ্ৰহণ কৰাৰ বিপৰীতে আৰু পশ্চিমবংগৰ বাংকুৰা আৰু পাৰুলিয়াত দুখন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব মোডীয়ে ৷

কোন বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মোডীয়ে :

উত্তৰপ্ৰদেশ

  • আজমগড় : দিনেশ লাল যাদৱ
  • প্ৰয়াগৰাজ : দুটা সমষ্টি 1. ফুলপুৰ : কেশৰী দেৱী পেটেল, 2.এলাহাবাদ: ৰীতা বহুগুণা যোশী
  • জোনপুৰ : দুটা সমষ্টি 1. জোনপুৰ চিটি : কে পি সিং, 2. মচলী চেহেৰ : ভোলানাথ

পশ্চিমবংগ

  • বাকুৰা : সুভাষ চৰকাৰ
  • পুৰুলিয়া : জ্যোতিৰ্ময় সিং মাহাতো

prime Minister Narendra Modi to hold 5 rallies today

উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগত মোডীৰ নিৰ্বাচনী প্ৰচাৰ

কোন বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মোডীয়ে !

নিউজ ডেস্ক, 9 মে' : দুটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন বাকী থকা অৱস্থাত বুধবাৰে দুখনকৈ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

উত্তৰ প্ৰদেশ আৰু আৰু পশ্চিমবংগৰ 5 টাকৈ বিধানসভা সমষ্টিত ৰেলীত অংশ লব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ উত্তৰ প্ৰদেশৰ আজমগড়, প্ৰয়াগৰাজ আৰু জোনপুৰত তিনিখনকৈ ৰেলীত অংশগ্ৰহণ কৰাৰ বিপৰীতে আৰু পশ্চিমবংগৰ বাংকুৰা আৰু পাৰুলিয়াত দুখন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব মোডীয়ে৷

কোন বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মোডীয়ে :

উত্তৰপ্ৰদেশ 

আজমগড় : দিনেশ লাল যাদৱ
প্ৰয়াগৰাজ : দুটা সমষ্টি 1. ফুলপুৰ : কেশৰী দেৱী পেটেল, 2.এলাহাবাদ: ৰীতা বহুগুণা যোশী
জোনপুৰ : দুটা সমষ্টি 1. জোনপুৰ চিটি : কে পি সিং, 2. মচলী চেহেৰ : ভোলানাথ 

পশ্চিমবংগ

বাকুৰা : সুভাষ চৰকাৰ
পুৰুলিয়া : জ্যোতিৰ্ময় সিং মাহাতো
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.