ETV Bharat / bharat

পি আই বিৰ মুখ্য নিৰ্দেশক কে এছ ধাতৱালিয়াৰ দেহত ক'ভিড-19

author img

By

Published : Jun 8, 2020, 5:27 AM IST

পি আই বিৰ মুখ্য নিৰ্দেশক কে এছ ধাতৱালিয়াৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি ৷ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে নেশ্যনেল মিডিয়া চেন্টাৰস্থিত অট্টালিকা ৷

Press Information Bureau chief K S Dhatwalia tests positive for COVID-19

নিউজ ডেস্ক, 8 জুন : প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' চমুকৈ পি আই বিৰ মুখ্য নিৰ্দেশক কে এছ ধাতৱালিয়াৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি ৷ বৰ্তমান এইমছত ভৰ্তি কৰোৱা হৈছে ধাতৱালিয়াক ৷ বুধবাৰে কেবিনেট মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু প্ৰকাশ জাভেদকাৰৰ সৈতে একেখন মঞ্চত উপস্থিত আছিল ধাতৱালিয়া ৷ য'ত তেওঁলোকে সংবাদ মাধ্যমক কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে অৱগত কৰিছিল ৷

কে এছ ধাতৱালিয়াৰ দেহত ক'ভিড-19

নেশ্যনেল মিডিয়া চেন্টাৰ, য'ত তেওঁৰ কাৰ্যালয় আছে সেইয়া সোমবাৰ পৰ্যন্ত বন্ধ থাকিব আৰু সমগ্ৰ অট্টালিকাটো চেনিটাইজ কৰা হ'ব ৷ অৱশ্যে মংগলবাৰেও নেশ্যনেল মিডিয়া চেন্টাৰ বন্ধ থকাৰ সম্ভাৱনা আছে আৰু যাৰ বাবে ব্যপকভাৱে উন্নত প্ৰট'কল অনুসৰি যোগাযোগ ট্ৰেচিং অনুশীলন চলায় থকা হৈছে ৷ নেশ্যনেল মিডিয়া চেন্টাৰ সম্পূৰ্ণ চেনিটাইজ নোহোৱা পৰ্যন্ত পি আই বিৰ সকলো বাতৰিৰ কাম তথা সংবাদমেল শাস্ত্ৰী ভৱনত অনুষ্ঠিত কৰা হ'ব ৷

লগতে পঢ়ক : উদ্ধৱ থাকৰেয়ে প্ৰশংসা কৰিলে অভিনেতা চনু সুদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.