ETV Bharat / bharat

দেশবাসীক দীপাৱলীৰ শুভেচ্ছা ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰীৰ - দিপাৱলীৰ শুভেচ্ছা নিউজ পোহৰৰ উৎসৱৰ নিউজ আপদেট

পোহৰৰ উৎসৱ দীপাৱলীৰ শুভক্ষণত আন্ধাৰ বিনাশী সকলোৰে জীৱন সুখময় হৈ পৰক ৷ দীপাৱলীৰ এই পবিত্ৰ ক্ষণত দেশৰ ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰী আৰু অন্যান্য নেতাসকলে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও সকলোলৈ দীপাৱলীৰ বহুত বহুত শুভকামনা ৷

দেশবাসীক দিপাৱলীৰ শুভেচ্ছা
author img

By

Published : Oct 27, 2019, 1:00 PM IST

Updated : Oct 27, 2019, 5:51 PM IST

নিউজ ডেস্ক, 27 অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ শুভক্ষণত দেশবাসীক উদ্দেশ্যি শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰপতিকে ধৰি প্ৰধানমন্ত্ৰী আৰু অন্যান্য ৰাজনৈতিক নেতাসকলে ৷ টুইটাৰযোগে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে নেতাসকলে ৷

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইটাৰত ইংৰাজী আৰু হিন্দী ভাষাত দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ৰাষ্ট্ৰপতিয়ে "দিপাৱলীৰ শুভক্ষণত দেশবাসীক বহুত শুভেচ্ছা ৷ আহক আজিৰ এই দিনটোত আমি প্ৰেম, সহানুভূতি আৰু মিলা-প্ৰীতিৰ দীপক জ্বলাই সকলোৰে, বিশেষকৈ অভাৱত থকাসকলৰ জীৱনত সুখ আনিবলৈ প্ৰয়াস কৰো ৷" বুলি টুইট কৰে ৷

• दीपावली के शुभ अवसर पर सभी देशवासियों को बधाई।

आइए इस दिन हम प्रेम, सहानुभूति और मेल-जोल का दीपक प्रज्ज्वलित करते हुए सभी के, खासकर जरूरतमंदों के जीवन में खुशियां लाने का प्रयास करें —राष्ट्रपति कोविन्द

— President of India (@rashtrapatibhvn) October 27, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক উদ্দেশ্যি দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ "মন কি বাত" সম্বোধন কৰাৰ লগতে দেশবাসীৰ উদ্দেশ্যি টুইট কৰি দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ টুইটটোত "দীপাৱলীৰ এই পবিত্ৰ ক্ষণত দেশবাসীক বহুত বহুত শুভকামনা ৷ পোহৰৰ এই উৎসৱত আমাৰ সকলোৰে জীৱনত নতুন প্ৰকাশেৰে দেশ সদায় সুখ, সমৃদ্ধি আৰু সৌভাগ্যৰে আলোকিত হৈ পৰক ৷" বুলি দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

• देशवासियों को दीपावली के पावन अवसर पर बहुत-बहुत शुभकामनाएं। रोशनी का यह उत्सव हम सभी के जीवन में नया प्रकाश लेकर आए और हमारा देश सदा सुख, समृद्धि और सौभाग्य से आलोकित रहे।

Wishing you all a Happy #Diwali. pic.twitter.com/5nhimk58CO

— Narendra Modi (@narendramodi) October 27, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ টুইটাৰত টুইট কৰি দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ টুইটটোত "দীপাৱলীৰ সকলোকে শুভকামনা জ্ঞাপন কৰে ৷ এই উৎসৱে আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি আৰু উল্লাস লৈ আনক, ভগৱানৰ ওচৰত এয়াই কামনা ৷" বুলি দেশবাসীৰ উদ্দেশ্যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

• दीपावली की आप सभी को हार्दिक शुभकामनाएँ। यह त्योहार आपके जीवन में सुख, समृद्धि और उल्लास लेकर आए, यही ईश्वर से कामना है।

Deepawali greetings and best wishes to everyone. May this festival brings happiness, well-being and prosperity in your life. pic.twitter.com/lAOwjPz6aS

— Rajnath Singh (@rajnathsingh) October 27, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ অমিত শ্বাহে "এই দীপাৱলীত সকলোৰে জীৱন নতুন পোহৰ, সম্বৃদ্ধি আৰু সৌভাগ্যৰে উপচি পৰক ৷ সকলোকে দীপাৱলীৰ শুভকামনা ৷" বুলি টুইট কৰে ৷

• यह दीपोत्सव सभी के जीवन में नयी रोशनी, समृद्धि और सौभाग्य लाए।

आप सभी को दीपावली के पावन पर्व की हार्दिक शुभकामनाएँ। pic.twitter.com/1ac84Pi2VC

— Amit Shah (@AmitShah) October 27, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে টুইটাৰত ভিডিঅ' আপলোড কৰি দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ গাডকাৰীয়ে ভিডিঅ'টোত "দীপাৱলীৰ বাবে বহুত বহুত শুভকামনা আৰু শুভেচ্ছা ৷ আমাৰ এই দীপাৱলীয়ে আন্ধাৰ নাশি বিকাশৰ পোহৰ আনিব এয়া মোৰ বিশ্বাস ৷ সকলোলৈকে দীপাৱলীৰ বহুত বহুত শুভকামনা ৷" বুলি টুইট কৰে ৷

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাজ্যবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ টুইট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

Intro:Body:

ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰী আৰু অন্যান্যসকলৰ দেশবাসীক দিপাৱলীৰ শুভেচ্ছা

পোহৰৰ উৎসৱ দিপাৱলীৰ শুভক্ষণত আন্ধাৰ বিনাশী সকলোৰে জীৱন সুখময় হৈ পৰক ৷ দিপাৱলীৰ এই পবিত্ৰ ক্ষণত দেশৰ ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰী আৰু অন্যান্য নেতাসকলে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও সকলোলৈ দিপাৱলীৰ বহুত বহুত শুভকামনা ৷

নিউজ ডেস্ক, 27 অক্টোবৰঃ পোহৰৰ উৎসৱ দিপাৱলীৰ শুভক্ষণত দেশবাসীক উদ্দেশ্যি শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰপতিকে ধৰি প্ৰধানমন্ত্ৰী আৰু অন্যান্য ৰাজনৈতিক নেতাসকলে ৷ টুইটাৰযোগে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে নেতাসকলে ৷

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইটাৰত ইংৰাজী আৰু হিন্দী ভাষাত দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ৰাষ্ট্ৰপতিয়ে "দিপাৱলীৰ শুভক্ষণত দেশবাসীক বহুত শুভেচ্ছা ৷ আহক আজিৰ এই দিনটোত আমি প্ৰেম, সহানুভূতি আৰু মিলা-প্ৰীতিৰ দীপক জ্বলাই সকলোৰে, বিশেষকৈ অভাৱত থকাসকলৰ জীৱনত সুখ আনিবলৈ প্ৰয়াস কৰো ৷" বুলি টুইট কৰে ৷

दीपावली के शुभ अवसर पर सभी देशवासियों को बधाई।

आइए इस दिन हम प्रेम, सहानुभूति और मेल-जोल का दीपक प्रज्ज्वलित करते हुए सभी के, खासकर जरूरतमंदों के जीवन में खुशियां लाने का प्रयास करें —राष्ट्रपति कोविन्द
— President of India (@rashtrapatibhvn) October 27, 2019

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক উদ্দেশ্যি দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ "মন কি বাত" সম্বোধন কৰাৰ লগতে দেশবাসীৰ উদ্দেশ্যি টুইট কৰি দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ টুইটটোত "দিপাৱলীৰ এই পবিত্ৰ ক্ষণত দেশবাসীক বহুত বহুত শুভকামনা ৷ পোহৰৰ এই উৎসৱত আমাৰ সকলোৰে জীৱনত নতুন প্ৰকাশেৰে দেশ সদায় সুখ, সম্বৃদ্ধি আৰু সৌভাগ্যৰে আলোকিত হৈ পৰক ৷" বুলি দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

देशवासियों को दीपावली के पावन अवसर पर बहुत-बहुत शुभकामनाएं। रोशनी का यह उत्सव हम सभी के जीवन में नया प्रकाश लेकर आए और हमारा देश सदा सुख, समृद्धि और सौभाग्य से आलोकित रहे।

Wishing you all a Happy #Diwali. pic.twitter.com/5nhimk58CO
— Narendra Modi (@narendramodi) October 27, 2019

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ টুইটাৰত টুইট কৰি দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ টুইটটোত "দিপাৱলীৰ সকলোকে হাৰ্দিক শুভকামনা ৷ এই উৎসৱে আপোনালোকৰ জীৱনত সুখ, সম্বৃদ্ধি আৰু উল্লাস লৈ আনক, ভগৱানৰ ওচৰত এয়াই কামনা ৷" বুলি দেশবাসীৰ উদ্দেশ্যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

दीपावली की आप सभी को हार्दिक शुभकामनाएँ। यह त्योहार आपके जीवन में सुख, समृद्धि और उल्लास लेकर आए, यही ईश्वर से कामना है।

Deepawali greetings and best wishes to everyone. May this festival brings happiness, well-being and prosperity in your life. pic.twitter.com/lAOwjPz6aS
— Rajnath Singh (@rajnathsingh) October 27, 2019

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ অমিত শ্বাহে "এই দীপাৱলীত সকলোৰে জীৱন নতুন পোহৰ, সম্বৃদ্ধি আৰু সৌভাগ্যৰে উপচি পৰক ৷ সকলোকে দিপাৱলীৰ শুভকামনা ৷" বুলি টুইট কৰে ৷

यह दीपोत्सव सभी के जीवन में नयी रोशनी, समृद्धि और सौभाग्य लाए।

आप सभी को दीपावली के पावन पर्व की हार्दिक शुभकामनाएँ। pic.twitter.com/1ac84Pi2VC
— Amit Shah (@AmitShah) October 27, 2019

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে টুইটাৰত ভিডিঅ' আপলোড কৰি দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ গাডকাৰীয়ে ভিডিঅ'টোত "দিপাৱলীৰ বাবে বহুত বহুত শুভকামনা আৰু শুভেচ্ছা ৷ আমাৰ এই দিপাৱলীয়ে আন্ধাৰ নাশি বিকাশৰ পোহৰ আনিব এয়া মোৰ বিশ্বাস ৷ সকলোলৈকে দিপাৱলীৰ বহুত বহুত শুভকামনা ৷" বুলি টুইট কৰে ৷

दीपावली की हार्दिक शुभकामनाएं। #Deepotsav2019 pic.twitter.com/o3h6eUQgSo
— Nitin Gadkari (@nitin_gadkari) October 27, 2019

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাজ্যবাসীক দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ টুইট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক পোহৰৰ উৎসৱ দিপাৱলী আৰু কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

Wishing all a happy and prosperous #Diwali & #KaliPuja. Let the festival of light fill our lives with happiness and contentment. #HappyDeepavali pic.twitter.com/VqffwNIifQ
— Sarbananda Sonowal (@sarbanandsonwal) October 27, 2019

Conclusion:
Last Updated : Oct 27, 2019, 5:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.