ETV Bharat / bharat

আহাৰ পূৰ্ণিমাৰ শুভেচ্ছা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

ভাৰতবৰ্ষ ধৰ্মৰ নিৰপেক্ষ দেশ হোৱাত গৰ্ব অনুভৱ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

author img

By

Published : Jul 4, 2020, 2:56 PM IST

Breaking News

নতুন দিল্লী, 4 জুলাই : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শনিবাৰে আহাৰ পূৰ্ণিমা উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে আহাৰ পূৰ্ণিমাক ধৰ্ম চক্ৰ দিৱস হিচাপেও পালন কৰি ভাৰতবৰ্ষ ধৰ্মৰ নিৰপেক্ষ দেশ হোৱাত গৰ্ব অনুভৱ কৰো বুলি উল্লেখ কৰে ৷

ৰাষ্ট্ৰপতি কোবিন্দে লগতে কয় যে, ভাৰতৰ পৰা ই ক্ৰমে কাষৰীয়া ৰাষ্ট্ৰসমূহলৈ বিস্তাৰ লাভ কৰে ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে আহাৰ পূৰ্ণিমাক হিন্দু আৰু জৈন ধৰ্ম গুৰু বুদ্ধৰ নামেৰে বুদ্ধ পূৰ্ণিমা বুলিও জনা যায় বুলি উল্লেখ কৰে ৷ তেওঁ কোভিড 19 মহামাৰীৰ কথা উল্লেখ কৰি বুদ্ধ পূৰ্ণিমাৰ পবিত্ৰ দিনটোত সকলোৰে মনত নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাৰ আশা ব্যক্ত কৰে ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে, "আজি আমাৰ গুৰুসকলক স্মৰণ কৰা দিন, যিয়েই আমাক জ্ঞান দিছিল ৷ এই ভাৱনাৰে আজি আমি ভগবান বুদ্ধক শ্ৰদ্ধাঞ্জলি জনাইছো ৷ ভগবান বুদ্ধৰ আঠটা দৰ্শনৰ পথে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰক উন্নতিৰ দিশত আগুৱাই নিছে ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.