ETV Bharat / bharat

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা গাঁওবাসীৰ

author img

By

Published : Aug 21, 2020, 2:14 PM IST

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা পশ্চিম বংগৰ বীৰভূম জিলাৰ মীৰাতি গাঁৱৰ গাঁওবাসীৰ ৷ প্ৰায় 100 বছৰ পুৰণি বাসগৃহত উপস্থিত হৈ প্ৰতি বছৰে গাঁওবাসীৰ লগত দুৰ্গা পূজা উদযাপন কৰে বুলি মত প্ৰকাশ কৰে স্থানীয় বাসিন্দাই ৷

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা মুখাৰ্জীৰ গাঁওবাসীৰ

নিউজ ডেস্ক, 21 আগষ্টঃ বিগত কিছুদিন ধৰি অসুস্থ হৈ হাস্পতালত চিকিৎসাধীন হৈ আছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জী ৷ যাৰ বাবে পশ্চিম বংগৰ বীৰভূম জিলাৰ মীৰাতি গাঁৱত জন্মগ্ৰহণ কৰা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বাসগৃহত প্ৰতি বছৰে অনুষ্ঠিত দুৰ্গাপূজাত অংশ গ্ৰহণ কৰা বিষয় সন্দৰ্ভকলৈ দুখ প্ৰকাশ মীৰাতি গাঁৱৰ বাসিন্দাৰ ৷ প্ৰায় 100 বছৰ পুৰণি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বাসগৃহত প্ৰতিবছৰে উপস্থিত হৈ মা দুৰ্গাৰ আশীষ লোৱাৰ দৰে চলিত বৰ্ষতো যাতে উপস্থিত হ'ব পাৰে তাৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ বাবে প্ৰাৰ্থনা কৰে গাঁওৱাসীয়ে ৷ প্ৰতি বছৰে মুখাৰ্জীয়ে ব্যস্ত সময়ৰ মাজতো গাঁৱত উপস্থিত হৈ স্থানীয় ৰাইজৰ লগত দুৰ্গা পূজাৰ আনন্দ লয় বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷

আনহাতে, সাধনা সাহা নামৰ এগৰাকী স্থানীয় বাসিন্দাই কয় যে, যদিহে এইবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী দুৰ্গা পূজাত উপস্থিত নাথাকে তেতিয়াহলে তেওঁলোকেও উৎসৱত অংশ গ্ৰহণ নকৰে বুলি মত প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ চলিত বৰ্ষত কেদাৰনাথৰ 'মোডী গুহা'ত নাই এজনো পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.