ETV Bharat / bharat

ৰাম মন্দিৰ আধাৰশিলা স্থাপনৰ বাবে নিৰ্মাণ 1.25 লাখ মাটিৰ চাকি

ৰাম মন্দিৰ আধাৰশিলা স্থাপনত ব্যৱহাৰ হ'ব 1.25 লাখ মাটিৰ চাকি ৷ অযোধ্যাৰ এগৰাকী স্থানীয় মৃৎ শিল্পীয়ে এই চাকি নিৰ্মাণৰ কাম লাভ কৰিছে বুলি জানিবলৈ দিয়ে অযোধ্যাৰ এগৰাকী স্থানীয় শিল্পীয়ে ৷

bhoomi pujan
bhoomi pujan
author img

By

Published : Aug 2, 2020, 9:02 AM IST

নিউজ ডেস্ক, 2 আগষ্ট : আগন্তুক 5 আগষ্টত অযোধ্যাত নিৰ্মাণ হ'বলগীয়া ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে 1.25 লাখ মাটিৰ চাকি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে এগৰাকী মাটিৰ বাচন প্ৰস্তুত কৰা শিল্পীয়ে ৷

শিল্পী গৰাকীয়ে কয় যে, "ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে আমাক 1.25 লাখ মাটিৰ চাকি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে ৷ আমাৰ গাঁৱত প্ৰায় 40 টা পৰিয়াল আছে ৷ আৰু এই চাকি নিৰ্মাণ কাম আমি সকলোৱে আমাৰ মাজত ভগাই লৈছো " ৷ উল্লেখ্য যে, অযোধ্যাত নিৰ্মাণ হ'বলগীয়া ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থকাৰ সম্ভৱনা আছে বুলি জানিবলৈ দিয়ে মন্দিৰ ট্ৰাষ্টে ৷

লগতে পঢ়কঃ ৰাম মন্দিৰ ভূমি পূজনত মোডীৰ বাবে প্ৰস্তুত বিশেষ "গামোচা"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.