ETV Bharat / bharat

এজন ভোটাৰৰ এটা ভোটকেন্দ্ৰ

author img

By

Published : Apr 23, 2019, 6:00 PM IST

ভৰতদাস বাপু নামৰ ভোটাৰজনে ভোটদান কৰি উৎফুল্লিত হৈ পৰে ৷

এজন ভোটাৰৰ বাবে গিৰ অভয়াৰণ্যত এটা ভোটকেন্দ্ৰ স্থাপন

গুজৰাট, 23 এপ্ৰিল: গুজৰাটৰ গিৰ অভয়াৰণ্যত এজন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ স্থাপন চৰকাৰৰ ৷ জুনাগড়ত থকা এজন ভোটাৰৰ বাবে এই ভোটকেন্দ্ৰটো স্থাপন ৷ ভৰতদাস বাপু নামৰ ভোটাৰজনে ভোটদান কৰি উৎফুল্লিত হৈ কয় যে, ‘চৰকাৰে এই ভোটকেন্দ্ৰটোত এজন ভোটাৰৰ বাবে ধন খৰচ কৰি স্থাপন কৰিছে ৷ মই ভোটদান কৰিছো আৰু এই ভোটকেন্দ্ৰটোত 100% ভোটদান হৈছে '' ৷ বাপুৱে লগতে দেশৰ সকলো অঞ্চলতে 100 শতাংশ ভোটদানৰ বাবে আহ্বান জনাই ৷

Intro:Body:

giri

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.