ETV Bharat / bharat

ছত্তিশগড়ঃ আৰক্ষী-মাওবাদীৰ সংঘৰ্ষত নিহত চাৰি নক্সালবাদী - ছত্তিশগড়ঃ আৰক্ষী-মাওবাদীৰ সংঘৰ্ষত নিহত চাৰি নক্সালবাদী

ছত্তিশগড়ৰ নাৰায়নপুৰত মাওবাদীৰে সৈতে আৰক্ষীৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটে ৷ সংঘৰ্ষত 5গৰাকীকৈ নক্সালবাদী নিহত হোৱাৰ লগতে 2গৰাকী জোৱান আহত হয় ৷ বৰ্তমানে সমগ্ৰ অঞ্চলটোতে তালাচী অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে ৷

ছত্তিশগড়ঃ আৰক্ষী-মাওবাদীৰ সংঘৰ্ষত নিহত চাৰি নক্সালবাদী
author img

By

Published : Aug 24, 2019, 1:00 PM IST

নিউজ ডেস্ক, 24 আগষ্টঃ শনিবাৰে ৰাতিপুৱাৰ ভাগত ছত্তিশগড়ত মাওবাদীৰে সংঘৰ্ষত লিপ্ত হয় নিৰাপত্তাৰক্ষীৰ দল ৷ ৰাজ্যখনৰ নাৰায়নপুৰৰ অন্তৰ্গত অবুঝমাৰ জংঘলত স্থানীয় আৰক্ষীৰ সৈতে মাওবাদীৰ এটি দলৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটে ৷ সংঘৰ্ষৰ ফলত পাঁচজনকৈ নক্সালবাদী নিহত হয় ৷ আনহাতে মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত দুগৰাকী আৰক্ষীৰ জোৱান গুৰুতৰভাৱে আহত হয় ৷

ৰাজ্যখনৰ নক্সালবিৰোধী অভিযানৰ ডি আই জি পি.সুন্দৰৰাজে এই সংঘৰ্ষৰ কথা প্ৰকাশ কৰিছে ৷ ইতিমধ্যে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে পাঁচটাকৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ উদ্ধাৰ হোৱা মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷ নক্সালবাদীৰ সন্ধানত ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰি লৈ হেলিকপ্টাৰযোগে তালাচী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ নাৰায়নপুৰ জিলাৰ আৰক্ষী অধীক্ষক মোহিত গাৰ্গৰ নেতৃত্বত মাওবাদীৰ বিৰুদ্ধে চলিছিল এই অভিযান ৷ উল্লেখ্য যে,মাওবাদীৰ ভেটিস্বৰূপ অবুঝামাৰ জংঘলত আৰক্ষীৰ দল প্ৰৱেশ কৰাটো নিশ্চয়কৈ এক শুভ লক্ষণ ৷

Intro:cg_nyp_01_bhari_barish_me_fasal_chaupat_CG10020 एंकर- नारायणपुर अबूझमाड़ के किसानों का बारिश ने फसल को डुबो दिया अबूझमाड़ के किसान अब तो क्या करें पिछली बार के बारिश में भी फसल बर्बाद हुई थी सरकार से कोई मुआवजा नहीं मिला था जिसके कारण अबूझमाड़ के किसान परेशान हैं हर साल ऐसा होगा तो हम कैसे जिंदा रहेंगे हमारी फसल को बाढ़ में ऐसे ही बर्बाद होता रहा तो सरकार भी हमारी मदद नहीं कर रही है। एक और जहां नारायणपुर जिला में अच्छी बारिश होने से कई किसान के चेहरों में एक अलग उत्साह है वही अबूझमाड़ के कुछ गांव में भारी बारिश होने से किसानों का फसल चौपट हो गया है अबूझमाड़ के कुंडला पंचायत में इन दिनों वैसा ही मंजर है जहां बारिश ने किसानों को परेशान कर रखा है किसानों के 20 एकड़ जमीन को डुबो दिया है फसल पूरी तरह से बर्बाद हो चुकी है। बीते कुछ दिनों में भारी बारिश होने से अबूझमाड़ कुंडला के किसानों की लगभग 20 एकड़ फसल बर्बाद हो गई है लगातार बारिश के कारण किसानों की खेतों में पानी ही पानी भरा होने से खेतों में फसल के ऊपर मिट्टी व रेट फसल को दबा दिया है मिट्टी के पड़ जाने से फसल बर्बाद हो गई है कई खेत में तो तालाब जैसा नजारा बना हुआ है जिसके कारण किसानों के सामने बड़ी समस्या खड़ी हो गई है यहां के किसान फसल के भरोसे ही अपनी जीविका करते हैं इनके पास ना ही कोई रोजगार है नहीं कोई और काम बारिश की पानी के भरोसे ही कृषि करते हैं। नक्सल प्रभावित इलाका होने के कारण इन्हें रोजगार उपलब्ध नहीं हो पाता पिछले वर्ष भी यहां के किसानों की फसल बर्बाद हो गई थी जिसका माउजर इन्हें नहीं मिला था। बाइक गिल्लू राम कुमेटी सरपंच पगडी में बाईट राजू कुमेटी ग्रामीण टीशर्ट में बाईट कमलू राम

Body:cg_nyp_01_bhari_barish_me_fasal_chaupat_CG10020

Conclusion:cg_nyp_01_bhari_barish_me_fasal_chaupat_CG10020
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.