ETV Bharat / bharat

শ্য়ামা প্ৰসাদ মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ লগতে জেষ্ঠ বিজেপি নেতাৰ

author img

By

Published : Jun 23, 2020, 7:17 PM IST

মঙলবাৰে ভাৰতীয় জনসংঘৰ সংস্থাপক শ্য়ামা প্ৰসাদ মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপিৰ জেষ্ঠ নেতাৰ । মুখাৰ্জীয়ে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্ত্ৰীমণ্ডলত উদ্যোগ আৰু যোগান মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ।

PM Narendra Modi, senior BJP leaders pay tributes to Syama Prasad Mukherjee

নিউজ ডেস্ক, 23 জুনঃ ভাৰতীয় জনসংঘৰ সংস্থাপক শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপিৰ জেষ্ঠ নেতাৰ ।

প্ৰধানমন্ত্ৰী মোডীয়ে এক হিন্দীত টুইট কৰি কয়, মই ভাৰত মাতৃৰ মহান পুত্ৰ ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ মৃত্যুৰ বাৰ্ষিকীত শ্ৰদ্ধা জ্ঞাপন কৰিছো ।

  • मां भारती के महान सपूत डॉ. श्यामा प्रसाद मुखर्जी को उनकी पुण्यतिथि पर शत-शत नमन।

    — Narendra Modi (@narendramodi) June 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপি ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাইও মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

  • I bow to Dr. Syama Prasad Mookerjee on his punyatithi. We remain inspired by his exceptional contribution and service to our nation.

    — Rajnath Singh (@rajnathsingh) June 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বিজেপিৰ সভাপতিগৰাকীয়ে কয়, মুখাৰ্জীয়ে জম্মু আৰু কাশ্মীৰৰ সৰ্বাত্মক উন্নয়নৰ বাবে ধাৰা 370 আৰু 35A প্ৰত্যাহাৰ কৰাৰ অনুপ্ৰেৰণা সৃষ্টি কৰিছিল ।

  • 'एक देश में दो विधान, दो निशान, दो प्रधान नहीं चलेंगे' का नारा देकर जम्मू-कश्मीर के सर्वांगीण विकास हेतु धारा 370 और 35A को समाप्त करने की प्रेरणा का बीजारोपण करने वाले जनसंघ के संस्थापक डॉ. श्यामा प्रसाद मुखर्जी जी के बलिदान दिवस पर उन्हें कोटि-कोटि नमन। pic.twitter.com/xNsMXnVu67

    — Jagat Prakash Nadda (@JPNadda) June 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ড০ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্ত্ৰীমণ্ডলৰ সময়ত উদ্যোগ আৰু যোগান মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল । তেওঁৱে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠা কৰিছিল । পৰৱৰ্তী সময়ত নেহৰুৰ সৈতে হোৱা মতামত পাৰ্থকৰ বাবেই 1977-1979 চনত জনতা পাৰ্টিৰ সহ-প্ৰতিষ্ঠা কৰিছিল । পৰৱৰ্তী সময়ত বিজেপি হিচাপে পৰিচিত হয় ।

লগতে পঢ়ক : অনিদিষ্ট কালৰ বাবে যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.