ETV Bharat / bharat

মিজোৰামক সকলো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোডীৰ - প্ৰৱল জোকাৰণি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যখনত সংঘটিত হোৱা ভূমিম্পৰ ক্ষয়-ক্ষতিৰ বাবে সকলো প্ৰকাৰৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী গৰাকীয়ে এক টুইটত মিজোৰামক সকলো প্ৰকাৰৰ সহায় কৰাৰ বাবে আশ্বাস প্ৰদান কৰিছে ।

pm-narendra-modi-assures-support-to-mizoram-cm-in-wake-of-earthquake

author img

By

Published : Jun 22, 2020, 5:07 PM IST

নিউজ ডেস্ক, ২২ জুন : লক্ ডাউনৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যখনত সংঘটিত হোৱা ভূমিম্পৰ ক্ষয়-ক্ষতিৰ বাবে সকলো প্ৰকাৰৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে ।

pm-narendra-modi-assures-support-to-mizoram-cm-in-wake-of-earthquake
মিজোৰামক সকলো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোডীৰ

প্ৰধানমন্ত্ৰী গৰাকীয়ে এক টুইটত মিজোৰামক সকলো প্ৰকাৰৰ সহায় কৰাৰ বাবে আশ্বাস প্ৰদান কৰিছে ।

  • Spoke to the Chief Minister of Mizoram, Shri @ZoramthangaCM Ji on the situation in the wake of the earthquake there. Assured all possible support from the Centre.

    — Narendra Modi (@narendramodi) June 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰীৰ টুইটৰ পিচতে মুখ্যমন্ত্ৰী গৰাকীয়ে সহায়ৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখযোগ্য যে, National Centre for Seismology ৰ তথ্য অনুসৰি, সোমবাৰে ৰাজ্যখনত ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ৫.৫ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হৈছিল । আনহাতে দেওবাৰে সন্ধিয়া ৪ বাজি ১৬ মিনিটত ৫.১ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হৈছিল । একেদৰে ১৮ জুন তাৰিখে ৰাজ্যখনৰ চম্ফাইৰ পৰা ৯৮ কিলোমিটাৰ দক্ষিণ-পূব অঞ্চলত সন্ধিয়া ৫.০ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গৈছিল ।

লগতে পঢ়ক : সাৱধান : উত্তৰ কোৰিয়াৰ চাইবাৰ অপৰাধী গ্ৰুপৰ হাতত 20 লাখ ভাৰতীয়ৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.