ETV Bharat / bharat

মোডীৰ শপতগ্ৰহণৰ বিষয়ে জানিবলগীয়া কিছু কথা... - মোডী

ক্ষন্তেক সময়ৰ পাচতেই ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোডী আৰু তেওঁৰ নৱনিৰ্বাচিত মন্ত্ৰীসভাই ৷

মোডীৰ শপতগ্ৰহণৰ বিষয়ে জানিবলগীয়া কিছু কথা
author img

By

Published : May 30, 2019, 5:13 PM IST

Updated : May 30, 2019, 5:25 PM IST

নিউজ ডেস্ক, 30 মে' : 90 মিনিট জোৰা মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশ-বিদেশৰ 8000 জনতকৈও অধিক আমন্ত্ৰিত অতিথি ৷ 7 বজাৰ আৰম্ভ হোৱা শপতগ্ৰহণ অনুষ্ঠানৰ সামৰণি পৰিব সন্ধিয়া 8:30 মিনিটত ৷

ইটিভি ভাৰত
মোডীৰ শপতগ্ৰহণৰ বিষয়ে জানিবলগীয়া কিছু কথা
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সন্মুখত শপতগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা তেওঁৰ নৱ নিৰ্বাচিত মন্ত্ৰীসভাই ৷কোন কোন আন্তঃৰাষ্ট্ৰীয় নেতা উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত :
  • BIMSTEC দেশৰ প্ৰত্যেকজন নেতা উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত
  • উপস্থিত থাকিব বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ
  • উপস্থিত থাকিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মাইথ্ৰিপালা চিৰিসেনা
  • নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিও উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণত
  • ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ উইন মিণ্টো উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত
  • উপস্থিত থাকিব ভূটানৰ প্ৰধানমন্ত্ৰী লটাই চেৰিং
  • উপস্থিত থাকিব থাইলেণ্ডৰ বিশেষ কূটনীতিবিদ গ্ৰীচাডা বুনৰেখ
  • BIMSTEC নেতাসমূহৰ উপৰিও উপস্থিত থাকিব মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন কুমাৰ যুগনাউথ
  • উপস্থিত থাকিব কিৰগিস্তানৰ ৰাষ্ট্ৰপতি শুনৰনবেই জিনবেকভ৷

কোন-কোন দেশীয় নেতা উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত :

  • মোডীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা হৈছে দেশৰ প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে জ্যেষ্ঠ দলীয় নেতাক
  • মোডীৰ শপতগ্ৰহণত উপস্থিত থাকিব ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী তথা কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী
  • উপস্থিত থাকিব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং
  • উপস্থিত থাকিব তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু অন্ধ্ৰপ্ৰদেশৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডি
  • এন ডি এ দলৰ হৈ উপস্থিত থাকিব জনতা দল ইউনাইটেডৰ অধ্যক্ষ নিতিশ কুমাৰ, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদল, এল জে পিৰ অধ্যক্ষ ৰাম বিলাস পাচৱান, শিৱ সেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰে, তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পালনিস্বামী আৰু এন পি পি ৰ অধ্যক্ষ কনৰাড চাংমা

ৰাজনীতিবিদৰ উপৰিও মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব অভিনেতা, ঔদ্যোগপতি, খেলুৱৈকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু গণ্য-মান্য ব্যক্তি

  • মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব শ্বাহৰুখ খান, কংগনা ৰানাৱাট, কৰণ জোহাৰ, ৰজনীকাণ্ড, সঞ্চয় লীলা ভাঞ্চালী
  • উপস্থিত থাকিব মুকেশ আম্বানী, গৌতম আদনী, ৰতন টাটাকে ধৰি ভালেকেইজন ঔদ্যোগপতি
  • উপস্থিত থাকিব প্ৰাক্তন দৌৰবিদ পি.টি. উষা, ক্ৰীকেটাৰ ৰাহুল দ্ৰাবিড়, অনিল কুম্বলে, হৰভজন সিং, জবাহল শ্ৰীনাথ, বেডমিণ্টন খেলুৱৈ চাইনা নেহৱাল, ফুলেলা গোপীচান্দ জিমনাষ্ট দীপা কৰ্মকাৰৰ লগতে বহুকেইজন ক্ৰীড়াবিদ

অতিথিৰ আপ্যায়নৰ বাবে কি থাকিব ৰাষ্ট্ৰপতি ভৱনৰ মেনুত ?

  • মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তিকেই আপ্যায়িত কৰা হ'ব সুস্বাদ্যু ব্যঞ্জনেৰে
  • খাদ্যতালিকাত থাকিব বিভিন্ন ধৰণৰ লঘু আহাৰ আৰু চাহ
  • পনীৰ টিক্কা, লেমন টাৰ্ট্চ,চেণ্ডউইচ, চিঙৰাৰ লগতে থাকিব ভালেমান সুস্বাদ্যু মিঠাই

PM Modi's swearing-in ceremony: All you need to know

মোডীৰ শপতগ্ৰহণৰ বিষয়ে জানিবলগীয়া কিছু কথা :

ক্ষন্তেক সময়ৰ পাচতেই ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোডী আৰু তেওঁৰ নৱনিৰ্বাচিত মন্ত্ৰীসভাই৷

90 মিনিট জোৰা মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশ-বিদেশৰ 8000 জনতকৈও অধিক আমন্ত্ৰিত অতিথি৷ 7 বজাৰ আৰম্ভ হোৱা শপতগ্ৰহণ অনুষ্ঠানৰ সামৰণি পৰিব সন্ধিয়া 8:30 বজাত৷

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সমূখত শপতগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা তেওঁৰ নৱ নিৰ্বাচিত মন্ত্ৰীসভাই৷

কোন কোন আন্তৰাষ্ট্ৰীয় নেতা উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত :

বিমষ্টেক দেশৰ প্ৰত্যেকজন নেতাই উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত৷

উপস্থিত থাকিব বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ৷

উপস্থিত থাকিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মাইথ্ৰিপালা চিৰিসেনা৷

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিও উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণত৷

ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ উইন মিণ্টো উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত৷

উপস্থিত থাকিব ভূটানৰ প্ৰধানমন্ত্ৰী লটাই চেৰিং৷

উপস্থিত থাকিব থাইলেণ্ডৰ বিশেষ কূটনীতিবিদ গ্ৰীচাডা বুনৰেখ৷

বিমষ্টেক নেতাসমূহৰ উপৰিও উপস্থিত থাকিব মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন কুমাৰ যুগনাউথ৷

উপস্থিত থাকিব কিৰগিস্তানৰ ৰাষ্ট্ৰপতি শুনৰনবেই জিনবেকভ৷

কোন-কোন দেশীয় নেতা উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত :

মোডীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা হৈছে দেশৰ প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে জ্যেষ্ঠ দলীয় নেতাক৷

মোডীৰ শপতগ্ৰহণত উপস্থিত থাকিব ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী তথা কংগ্ৰেছৰ সভাপত ৰাহুল গান্ধী৷

উপস্থিত থাকিব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং৷

উপস্থিত থাকিব তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু অন্ধ্ৰপ্ৰদেশৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডি৷

এন ডি এ দলৰ হৈ উপস্থিত থাকিব জনতা দল ইউনাইটেডৰ অধ্যক্ষ নিতিশ কুমাৰ, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদল, এল জে পিৰ অধ্যক্ষ ৰাম বিলাস পাচৱান, শিৱ সেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰে, তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পালনিস্বামী আৰু এন পি পি ৰ অধ্যক্ষ কনৰাড চাংমা৷

ৰাজনীতিবিদৰ উপৰিও মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব অভিনেতা, ঔদ্যোগপতি, খেলুৱৈকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু গণ্য-মান্য ব্যক্তি৷

মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব  শ্বাহৰুখ খান, কংগনা ৰানাৱাট, কৰণ জোহাৰ, ৰজনীকাণ্ড, সঞ্চয় লীলা ভাঞ্চালী৷

উপস্থিত থাকিব মুকেশ আম্বানী, গৌতম আদনানী, ৰতন টাটাকে ধৰি ভালেকেইজন ঔদ্যোপতি৷

উপস্থিত থাকিব প্ৰাক্তন দৌৰবিদ পি.টি. উষা, ক্ৰীকেটাৰ ৰাহুল দ্ৰাবিড়, অনিল কুম্বলে, হৰভজন সিং, জবাহল শ্ৰীনাথ, বেডমিণ্টন খেলুৱৈ চাইনা নেহৱাল, ফুলেলা গোপীচান্দ জিমনাষ্ট দীপা কৰ্মকাৰৰ লগতে বহুকেইজন ক্ৰীড়াবিদ৷

অতিথিৰ আপ্যায়নৰ বাবে কি থাকিব ৰাষ্ট্ৰপতি ভৱনৰ মেনুত:

মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তিকেই আপ্যায়ন জনোৱা হ'ব সুস্বাদ্যু ব্যঞ্জনেৰে৷

খাদ্যাতালিকাত থাকিব লাইট স্নেস্চ আৰু চাহ৷

পনীৰ টিক্কা, লেমন টাৰ্ট্চ,চেণ্ডউইচ, চিঙৰাৰ লগতে থাকিব ভালেমান সুস্বাদ্যু মিঠাই৷
1MITHAI.jpg
INTERNATIONAL.jpg
MODI.jpg
Last Updated : May 30, 2019, 5:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.