ETV Bharat / bharat

নৱ প্ৰজন্মক ভোট দিবলৈ আহ্বান মোডীৰ - ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন

নৱ প্ৰজন্মই অভিলেখ হাৰত ভোটদান কৰিব বুলি তেওঁ আশাবাদী বুলিও প্ৰকাশ কৰে ৷ তেওঁ লগতে প্ৰকাশ কৰে যে নৱ প্ৰজন্মৰ অংশগ্ৰহণে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া বিশেষ মাত্ৰা প্ৰদান কৰিব ৷

প্ৰধানমন্ত্ৰী মোডী
author img

By

Published : May 12, 2019, 8:17 AM IST

Updated : May 12, 2019, 8:59 AM IST

নতুন দিল্লী , 12 মে' : লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে নৱ প্ৰজন্মলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান ৷ অভিলেখ হাৰত ভোটদান কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

  • Yet another phase of the 2019 Lok Sabha elections is here!

    Urging all those whose constituencies are polling in today’s sixth phase to go out and vote. I hope youngsters are voting in record numbers. After all, their participation makes the polls even more special.

    — Chowkidar Narendra Modi (@narendramodi) May 12, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে যি কেইটা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব সেই সমষ্টিকেইটাত যুৱ প্ৰজন্মক ভোটদানৰ বাবে ওলাই আহিবলৈ আহ্বান জনায় ৷ নৱ প্ৰজন্মই অভিলেখ হাৰত ভোটদান কৰিব বুলি তেওঁ আশাবাদী বুলিও প্ৰকাশ কৰে ৷ তেওঁ লগতে প্ৰকাশ কৰে যে নৱ প্ৰজন্মৰ অংশগ্ৰহণে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া বিশেষ মাত্ৰা প্ৰদান কৰিব ৷

উল্লেখযোগ্য যে দেওবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন ৷ সমগ্ৰ দেশৰ 59 খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷

Intro:Body:

assign to dharitry

Conclusion:
Last Updated : May 12, 2019, 8:59 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.