ETV Bharat / bharat

নতুন শিক্ষানীতিঃ শিক্ষাৰ্থীৰ কিতাপৰ বোজা হ'ব কম: প্ৰধানমন্ত্ৰী - শিক্ষাৰ্থীৰ কিতাপৰ বোজা হ'ব কম: প্ৰধানমন্ত্ৰী

নতুন শিক্ষানীতিত শিক্ষাক্ষেত্ৰত জিডিপিৰ 6 শতাংশ ব্যয় তথা উচ্চ শিক্ষাত 2035 চনলৈকে নামাংকণৰ দৰ 50 শতাংশলৈকে হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

pm-modi-to-address-conclave-on-national-education-policy
নতুন শিক্ষানীতিঃ শিক্ষাৰ্থীৰ কিতাপৰ বোজা হ'ব কম: প্ৰধানমন্ত্ৰী
author img

By

Published : Aug 7, 2020, 3:50 PM IST

নতুন দিল্লী, 7 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে "ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত উচ্চ শিক্ষাত পৰিৱৰ্তনকাৰী সংস্কাৰ"ৰ বিষয়ত আয়োজন কৰা আলোচনাচক্ৰক ভিডিঅ' কনফাৰেন্সযোগে সম্বোধন কৰে ৷ এই সুযোগতে প্ৰধানমন্ত্ৰীয়ে নতুন শিক্ষা নীতিত কৰা সালসলনিৰ ফলত হ'বলগীয়া লাভালাভ সমূহৰ বিষয়ে মন্তব্য কৰে ৷ তেখেতে কয় যে, নতুন শিক্ষা নীতিত ছাত্ৰ-ছাত্ৰীৰ কিতাপৰ বোজাসমূহ কম কৰা হৈছে ৷ তদুপৰি পঞ্চম শ্ৰেণীলৈকে শিক্ষাদান মাতৃভাষাত হ‘ব যাৰ ফলত শিশুৰ শিক্ষাগ্ৰহণৰ আগ্ৰহ বাঢ়িব বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

নতুন শিক্ষানীতিঃ শিক্ষাৰ্থীৰ কিতাপৰ বোজা হ'ব কম: প্ৰধানমন্ত্ৰী

উল্লেখ্য যে, নতুন শিক্ষানীতিত শিক্ষাক্ষেত্ৰত জিডিপিৰ 6 শতাংশ ব্যয় তথা উচ্চ শিক্ষাত 2035 চনলৈকে নামাংকণৰ দৰ 50 শতাংশলৈকে হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

লগতে পঢ়ক : ৰামভক্তক বাবৰ ভক্তৰ আক্ৰমণঃ অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.