ETV Bharat / bharat

গান্ধীজীৰ জন্মজয়ন্তী উপলক্ষে ইটিভি ভাৰতে প্ৰস্তুত কৰা ভিডিঅ’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Oct 20, 2019, 10:38 AM IST

Updated : Oct 20, 2019, 1:29 PM IST

ইটিভি ভাৰতৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে গান্ধীজীৰ জন্মজয়ন্তী উপলক্ষে ৰাজকুমান হিৰাণী, তাৰক মেহেতা গোষ্ঠী আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰীয়ে পৃথকে-পৃথকে প্ৰস্তুত কৰা আন তিনিটা ভিডিঅ’ মুকলি কৰে ৷

গান্ধীজীৰ জন্মজয়ন্তী উপলক্ষে ইটিভি ভাৰতৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নতুন দিল্লী,20 অক্টোবৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে 7 লোক কল্যাণ মাৰ্গত এক অনুষ্ঠানত ইটিভি ভাৰতৰ দ্বাৰা গান্ধীজীৰ 150তম জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰস্তুত কৰা বিশেষ ভিডিঅ’টো মুকলি কৰে ৷

PM Modi releases ETV Bharat's video tribute to Mahatma Gandhi
বলিউড শিল্পীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডী

ইটিভি ভাৰতৰ দ্বাৰা প্ৰযোজনাত প্ৰস্তুত কৰা ভিডিঅ’টো "বৈষ্ণৱ জন টো তেনে ৰে কহিয়ে, যে পীড় পৰায়ী জানে ৰে, পৰ দুখ উপকাৰ কৰে টোয়ে মন অভিমান না আনে ৰে" ভজনটোৰ ওপৰত আধাৰিত ৷ যিটো গান্ধীজীৰ অন্যতম প্ৰিয় ভজন আছিল ৷

শ্বাহৰুখ আমিৰৰ সৈতে চেলফি প্ৰধানমন্ত্ৰীৰ

গান্ধীজীয়ে যি ভজন জনপ্ৰিয় কৰিছিল, সেই ভজনটো সমগ্ৰ ভাৰতবৰ্ষৰে বিশিষ্ট শিল্পীসকলৰ দ্বাৰা পৰিবেশন কৰা হৈছে ৷ যিসকল শিল্পীয়ে মানবতাবোধ, প্ৰেম, যত্নৰ কথা ব্যক্ত কৰে ৷

ইটিভি ভাৰতৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে গান্ধীজীৰ জন্মজয়ন্তী উপলক্ষে ৰাজকুমান হিৰাণী, তাৰক মেহেতা গোষ্ঠী আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে নিৰ্মান কৰা আন তিনিটা ভিডিঅ’ মুকলি কৰে ৷ উল্লেখ্য যে, উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে অভিনেতা আমিৰ খান, শাহৰুখ খান, ৰাজকুমাৰ হিৰাণী, কঙ্গনা ৰণাৱত, আনন্দ এল ৰাই, এচ পি বালা সুব্ৰমণিয়ম, সোণম কাপুৰ, জ্যেকি শ্ৰফ, চানু নিগম, একতা কাপুৰ, তাৰক মেহেতা গ্ৰুপৰ সদস্যসকলৰ লগতে ভাৰতীয় চলচ্ছিত্ৰ জগতৰ অন্যান্য সদস্যৰ লগতে এনাডু গ্ৰুপৰ সদস্যসকল ৷

শিল্পীসকলৰ সৈতে হোৱা অন্তৰংগ আলাপৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গৰাকীয়ে তেখেতৰ অনুৰোধ মৰ্মে মহাত্মা গান্ধীক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ নিজৰ ব্যক্তিগত সময়সূচীৰ পৰা সময় উলিয়াই উপস্থিত হোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

ইটিভি ভাৰতৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

অনুষ্ঠানৰ শেষত প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্তিগতভাৱে এনাডু গ্ৰুপুৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু ‘বৈষ্ণৱ জন...’ শীৰ্ষক ভজনটোৰ আঁৰৰ শৃষ্টিশীল চিন্তাৰ প্ৰশংসা কৰে ৷ তেখেতে স্বচ্ছ ভাৰতৰ অভিযানৰ ক্ষেত্ৰত এনাডু গোষ্ঠীৰ অৱদানৰ প্ৰশংসা কৰাৰ লগতে কয় যে, চেয়াৰমেন ৰামোজী ৰাওৱে সামাজিক সমস্যাসমূহ প্ৰচাৰৰ ক্ষেত্ৰত সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে ৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনগণৰ মাজত সচেতনতা বিস্তাৰ কৰাৰ বাবে এনাডু গ্ৰুপক কাম কাজসমূহৰ প্ৰশংসা কৰে ৷

Intro:Body:

ಗಾಂಧೀಜಿ ಚಿಂತನೆ ಸಾರುವ ದೃಶ್ಯರೂಪಕ ಬಿಡುಗಡೆ... ಬಾಲಿವುಡ್​​ ನಟ-ನಟಿಯರು ಭಾಗಿ! 

ನವದೆಹಲಿ: ಇಡೀ ದೇಶವೇ ಮಹಾತ್ಮಾ ಗಾಂಧೀಜಿ ಅವರ 150ನೇ ಹುಟ್ಟುಹಬ್ಬದ ಸಂಭ್ರಮದಲ್ಲಿದ್ದು, ಇದೇ ಸ್ಮರಣಾರ್ಥವಾಗಿ ಪ್ರಧಾನಿ ನರೇಂದ್ರ ಮೋದಿ ಬಾಲಿವುಡ್​ ನಟ-ನಟಿಯರೊಂದಿಗೆ ಇಂದು ಸಂವಾದ ಕಾರ್ಯಕ್ರಮ ನಡೆಸಿದರು. 

ಲೋಕ್​ ಕಲ್ಯಾಣ ಮಾರ್ಗದಲ್ಲಿ ನಡೆದ ಸಂವಾದ ಕಾರ್ಯಕ್ರಮದಲ್ಲಿ ಬಾಲಿವುಡ್​ ನಟರಾದ ಶಾರುಖ್​ ಖಾನ್​, ಆಮೀರ್​ ಖಾನ್​ ರಾಜ್​ಕುಮಾರ್ ಹಿರಾನಿ, ಕಂಗನಾ ರಣಾವತ್, ಆನಂದ್ ರೈ, ಎಸ್.ಪಿ. ಬಾಲಸುಬ್ರಹ್ಮಣ್ಯ, ಸೋನಂ ಕಪೂರ್, ಜಾಕಿ ಶ್ರಾಫ್​, ಸೋನು ನಿಗಮ್, ಏಕ್ತಾ ಕಪೂರ್ ಸೇರಿದಂತೆ ಬಾಲಿವುಡ್​ನ ಎಲ್ಲ ಪ್ರಮುಖರು ಭಾಗಿಯಾಗಿದ್ದರು. ಇದೇ ವೇಳೆ ಮಹಾತ್ಮರ ಚಿಂತನೆ ಸಾರುವ ದೃಶ್ಯರೂಪಕ ಬಿಡುಗಡೆ ಮಾಡಲಾಗಿದ್ದು, ಇದರಲ್ಲಿ ಬಾಲಿವುಡ್​ ನಟರು ಭಾಗಿಯಾಗಿದ್ದಾರೆ.  

ಈ ದೃಶ್ಯರೂಪಕ ರಾಜ್​ಕುಮಾರ್​ ಹಿರಾಣಿ ನಿರ್ಮಾಣ ಸಂಸ್ಥೆ ತಯಾರು ಮಾಡಿದ್ದು, 1.40 ನಿಮಿಷಗಳ ದೃಶ್ಯ ರೂಪಕದಲ್ಲಿ ನಟರಾದ ಸಲ್ಮಾನ್​ ಖಾನ್​,ಆಮೀರ್​ ಖಾನ್​,ಶಾರೂಖ್​ ಖಾನ್​ ಸೇರಿದಂತೆ ಪ್ರಮುಖ ನಟಿಯರು ಕಾಣಿಸಿಕೊಂಡಿದ್ದಾರೆ. ಪ್ರಧಾನಿ ಮೋದಿ ಜತೆ ಸಂವಾದ ನಡೆಸಿರುವ ಕುರಿತು ಎಲ್ಲ ಬಾಲಿವುಡ್​ ನಟ-ನಟಿಯರು ತಮ್ಮ ಅಭಿಪ್ರಾಯ ಹೊರಹಾಕಿದ್ದು, ಅದನ್ನ ತಮ್ಮ ಟ್ವೀಟರ್​​ನಲ್ಲಿ ಹಂಚಿಕೊಂಡಿದ್ದಾರೆ. 

Conclusion:
Last Updated : Oct 20, 2019, 1:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.