ETV Bharat / bharat

73 সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ শুভেচ্ছা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ বাবে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ এক টুইট যোগে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে তেওঁ ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাই 7:30 বজাত লাল কিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ আৰম্ভ কৰে ৷

73 সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ শুভেচ্ছা
author img

By

Published : Aug 15, 2019, 8:14 AM IST

নিউজ ডেস্ক, 15 আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ বাবে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ এক টুইট যোগে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে তেওঁ ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলী জনাই 7:30 বজাত লাল কিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যী ভাষণ দিব ৷

  • सभी देशवासियों को #स्वतंत्रतादिवस की हार्दिक शुभकामनाएं। जय हिंद!

    Happy Independence Day to all my fellow Indians. Jai Hind!

    — Narendra Modi (@narendramodi) August 15, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
প্ৰধানমন্ত্ৰী হিচাপে দেশবাসীক উদ্দেশ্যী দিয়া ষষ্ঠটো স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে ‘নতুন ভাৰত/New India’ৰ ওপৰত গুৰুত্ব দিয়ে ৷ তেওঁ লগতে সকলোলৈ ৰাখি বন্ধনোৰ ওলগ জনাই ৷
  • रक्षाबंधन की आप सभी को हार्दिक शुभकामनाएं।

    Greetings on the auspicious occasion of Raksha Bandhan.

PM MODI GREETS NATION ON 73RD INDEPENDENCE DAY

73 সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ শুভেচ্ছা

নিউজ ডেস্ক, 15 আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ বাবে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ এক টুইট যোগে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে তেঁও ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাই 7:30 বজাত লাল কিল্লাৰ পৰা দেশবাতীক উদ্দেশ্যী ভাষণ দিব ৷
দেশবাসীক উদ্দেশ্যী দিয়া ষষ্ঠটো স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে ‘নতুন ভাৰত/New India’ৰ ওপৰত গুৰুত্ব দিব ৷ তেঁও লগতে সকলোলৈ ৰাখি বন্ধনৰ উলগ জ্ঞাপন কৰে ৷ 
Modi_Sy6bYy0_OwFZoT7_slEiGiH_dnHjLu6.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.