ETV Bharat / bharat

লক ডাউন সম্পৰ্কে বহু বিষয় উপস্থাপন নকৰিলে মোডীয়েঃ চি পি আই (এম) - ভাৰতীয় সমাজবাদী পাৰ্টী

ৰাজ্য সমূহক অধিক সাহাৰ্য প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান ভাৰতীয় সমাজবাদী পাৰ্টীৰ । লগতে চৰকাৰে লকডাউন বৃদ্ধিৰ সময়ত কি কৰিব তাৰ বিষয়ে উল্লেখ নকৰাত খেদ প্ৰকাশ কৰে দলটোৰ ।

লক্ডাউন সম্পৰ্কে বহু বিষয় উপস্থাপন নকৰিলে মোডীয়েঃ চি পি আই (এম)

author img

By

Published : Apr 15, 2020, 3:01 PM IST

নিউজ ডেস্ক, 15 এপ্ৰিলঃ মঙলবাৰে মোডীয়ে লক ডাউন বৃদ্ধি সম্পৰ্কে ৰাষ্ট্ৰক উদ্দেশ্যি কৰি কৰা ঘোষণাৰ পিচত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় সমাজবাদী পাৰ্টীয়ে ।

ভাৰতীয় সমাজবাদী পাৰ্টীয়ে অভিযোগ কৰি কয় যে,মোডীয়ে লক ডাউন সম্পৰ্কে কৰা ঘোষণাৰ সময়ত বহু বিষয় এৰাই চলিলে ।

"লক ডাউন বৃদ্ধিৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সাতটা কাম কৰিব জনসাধাৰণক আহ্বান জনালে । কিন্তু চৰকাৰে কি কৰিব সেই বিষয়ে একো উচ্চাৰণ নকৰিলে ।"-চি পি আই (এম)ৰ ৰাজনৈতিক ব্যুৰোৰ এক বিবৃতিত এই কথা প্ৰকাশ কৰে ।

উল্লেখ্য যে, প্ৰথমে 25 মাৰ্চৰ পৰা 14 এপ্ৰিললৈ 21 দিনৰ বাবে লক ডাউন ঘোষণা কৰা হৈছিল । কিন্তু COVID-19ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা বাবে পুণৰ 19 দিনলৈ লক ডাউনৰ সময় সীমা আগুৱাই দিয়ে ।

আনহাতে 20 এপ্ৰিলত পৰিস্থিতি অধ্যয়ণ কৰিহে সাহাৰ্যৰ কথা ঘোষণা কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰক সম্বোধন কৰি দিয়া ভাষণত উল্লেখ কৰে ।

লগতে চাওকঃ বিশ্বত কোভিড 19ত আক্ৰান্তৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.