ETV Bharat / bharat

অন্যান্য ৰোগৰ চিকিৎসা মাচুল কম কৰিবলৈ উচ্চতম ন্যায়ালয়ত দাখিল আবেদন - অন্যান্য ৰোগৰ চিকিৎসা মাচুল কম কৰিবলৈ উচ্চতম ন্যায়ালত দাখিল আবেদন

মহামাৰী কৰ'ণা ভাইৰাছৰ বাদে অন্য় ৰোগৰ চিকিৎসাৰ মাচুল কম কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট বিভাগক আহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল । দেশজুৰি চলা লক ডাউনৰ বাবে জনসাধৰণে আৰ্থিক সংকটত ভোগা বুলি জনহিতাৰ্থে আবেদন দাখিল কৰে সৌৰজ্যা দাসে।

কৰ'ণা ভাইৰাছ
অন্যান্য ৰোগৰ চিকিৎসা মাচুল কম কৰিবলৈ উচ্চতম ন্যায়ালয়ত দাখিল আবেদন
author img

By

Published : Apr 20, 2020, 6:15 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ লক ডাউনৰ সময়ছোৱাত কৰ'ণা ভাইৰাছৰ বাদে অন্য় ৰোগৰ চিকিৎসাৰ মাচুল কম কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট বিভাগক আহ্বান জনাই সোমবাৰে উচ্চতম ন্যায়ালয়ত জনহিতাৰ্থে আবেদন দাখিল কৰে সৌৰজ্যা দাসে ।

কৰ'ণা ভাইৰাছ
অন্যান্য ৰোগৰ চিকিৎসা মাচুল কম কৰিবলৈ উচ্চতম ন্যায়ালয়ত দাখিল আবেদন

উল্লেখ্য যে,কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে দেশজুৰি চলা লক ডাউনৰ বাবেই ব্যৱসায় বাণিজ্য় বন্ধ হৈ থকাত সাধৰণ জনতাই সন্মুখীন হৈছে আৰ্থিক সংকটৰ। যাৰ বাবে জনতাৰ সমস্য়াৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰোগৰ চিকিৎসাৰ মাচুল কম কৰিবলৈ আবেদন দাখিল কৰে উচ্চতম ন্যায়ালয়ত।

আবেদন উল্লেখ কৰা হৈছে যে,লক ডাউনৰ সন্মুখীন হোৱা বিত্তীয় সংকটৰ বাবেই জনসাধৰণৰ জীৱন প্ৰণালীত বহু ক্ষয়-ক্ষতি দেখা দিয়ে। আনহাতে,লক ডাউনৰ এই আৰ্থিক দুৰৱস্থাৰ সময়ত একাংশ ব্যক্তিগত হাস্পতালে অধিক মুনাফা লাভৰ বাবে চিকিৎসাৰ মাচুল বৃদ্ধি চিকিৎসা সেৱা আগবঢ়াইছে বুলি আবেদনখনত উল্লেখ কৰে।

লগতে চাওকঃ লক ডাউনৰ বাবে বৃন্দাবনত আবদ্ধ খুমটাইৰ 30 জন তীৰ্থযাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.