ETV Bharat / bharat

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান গঠনৰ বাবে উচ্চতম ন্যায়ালয়ত মাৰাঠী পৰিচালকৰ আবেদন - ভাৰতীয় উচ্চতম ন্যায়ালয়

মাৰাঠী চলচিত্ৰ পৰিচালক নিলেশ নাভালখাৱে শনিবাৰে ভাৰতীয় উচ্চতম ন্যায়ালয়ত স্বতন্ত সংবাদ মাধ্যমৰ গঠনৰ বাবে আবেদন জনায় ৷ সাধাৰণ দৰ্শকে সংবাদ প্ৰতিষ্ঠানসমূহৰ ওপৰত কৰা অভিযোগৰ ভিত্তিতে পৰিচালক গৰাকীয়ে উচ্চতম ন্যায়ালয়ত এই আবেদন জনায় ৷

plea in sc seeks establishment for media tribunal
স্বতন্ত সংবাদ প্ৰতিষ্ঠান গঠনৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন মাৰাঠী পৰিচালকৰ
author img

By

Published : Dec 26, 2020, 10:54 PM IST

নিউজ ডেস্ক, 26 ডিচেম্বৰ : মাৰাঠী চলচিত্ৰ পৰিচালক নিলেশ নাভালখাৱে শনিবাৰে ভাৰতীয় উচ্চতম ন্যায়ালয়ত স্বতন্ত সংবাদ মাধ্যমৰ গঠনৰ বাবে আবেদন জনায় ৷ সাধাৰণ দৰ্শকে সংবাদ প্ৰতিষ্ঠানসমূহৰ ওপৰত কৰা অভিযোগৰ ভিত্তিতে পৰিচালক গৰাকীয়ে উচ্চতম ন্যায়ালয়ত এই আবেদন জনায় ৷

তেওঁ আকৌ জনায় যে, বিগত কিছু বছৰৰ পৰাই সংবাদ মাধ্যমৰ ওপৰত বহুতো অভিযোগ উত্থাপন হৈছে ৷ সংবাদ মাধ্যমে টকাৰ বিনিময়ত বাতৰি পৰিৱেশন কৰা, নিৰপেক্ষ ভূমিকা পালন নকৰা আদি অভিযোগ প্ৰদান কৰে ৷ যাৰবাবে পৰিচালক গৰাকীয়ে স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ বাবে আবেদন জনায় ৷

লগতে পঢ়ক : ঢোলৰ পেঁপাৰ তিহিটি মাতেৰে মুখৰিত মৰিয়নীৰ জয়মাছি ডোং ডোং ক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.