ETV Bharat / bharat

25 কোটি অতিক্ৰম কৰিলে PhonePe ব্যৱহাৰকাৰীৰ সংখ্যাই

author img

By

Published : Nov 2, 2020, 5:33 PM IST

Updated : Nov 2, 2020, 5:50 PM IST

ফ্লিপকাৰ্টৰ মালিকীস্বত্বত থকা ফিনটেক কোম্পানী PhonePe ই সোমবাৰে কয় যে, PhonePe ৰ ব্যৱহাৰকাৰীৰ সংখ্যাই 25 কোটি অতিক্ৰম কৰিছে ৷ কোম্পানীটোৰ ফালৰ পৰা জাৰি কৰা এক মন্তব্যত কোৱা হৈছে যে, অক্টোবৰ মাহত PhonePe ৰ সক্ৰিয় মাহিলী ব্যৱহাৰকাৰীৰ সংখ্যা 10 কোটিতকৈ অধিক আছিল ৷

PhonePe hits 250 mn user mark, registers 925 mn transactions in October
25 কোটি অতিক্ৰম কৰিলে PhonePe ব্যৱহাৰকাৰীৰ সংখ্যাই

নিউজ ডেস্ক, 2 নৱেম্বৰ : ফ্লিপকাৰ্টৰ মালিকীস্বত্বত থকা ফিনটেক কোম্পানী PhonePe ই সোমবাৰে কয় যে, PhonePe ৰ ব্যৱহাৰকাৰীৰ সংখ্যাই 25 কোটি অতিক্ৰম কৰিছে ৷ কোম্পানীটোৰ ফালৰ পৰা জাৰি কৰা এক মন্তব্যত কোৱা হৈছে যে, অক্টোবৰ মাহত PhonePe ৰ সক্ৰিয় মাহিলী ব্যৱহাৰকাৰীৰ সংখ্যা 10 কোটিতকৈ অধিক আছিল ৷

কোম্পানীটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে, " PhonePe ৰ কাৰণে অক্টোবৰ এক অভিলেখকাৰী মাহ আছিল ৷ এই মাহটোত 92.5 কোটি লেন-দেন হয়, যিটো বৰ্তমানলৈকে PhonePe ৰ সৰ্বোত্তম স্তৰ ৷ কোম্পানীটোৰ বাৰ্ষিক মূঠ লেন-দেনৰ দৰো 277 অৰৱ ডলাৰলৈ বৃদ্ধি পাইছে ৷ PhonePe ৰ জৰিয়তে 83.5 কোটি ইউ.পি.আই. লেনদেনো হৈছে ৷ ইয়াত কোম্পানীটোৰ বজাৰ অংশীদাৰীত্ব 40 শতাংশৰ ওপৰত আছিল ৷"

লগতে পঢ়ক: 18 নৱেম্বৰত ইমৰাণ খানে উদ্বোধন কৰিব মেগা চিপেক চিটী প্ৰকল্প

Last Updated : Nov 2, 2020, 5:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.