নিউজ ডেস্ক,১৮ জুনঃ বৃহস্পতিবাৰে মুম্বাইত নিতা নামৰ এটা অট্টালিকাৰ এটা অংশ আকস্মিক ভাৱে পশ্চিম কুৰলাৰ CST নামৰ পথতিত বাগৰি পৰে । ইপিনে ঘটনাতি সংঘতিত হোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনী,এম্বুলেন্স আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বৰ্তমানলৈকে ঘটনাৰ ফলত কোনোধৰণৰ হতাহত হোবাৰ খবৰ অহা নাই ।
লগতে চাওকঃ চীনৰ বিৰুদ্ধে অসামৰিক বিকল্পৰ উদ্ভাৱন কৰা উচিত ভাৰতে