ETV Bharat / bharat

নিৰ্বাচন নেখেলে পৰেশ ৰাৱালে

author img

By

Published : Mar 23, 2019, 12:52 PM IST

আহমেদাবাদ পূব সমষ্টিৰ পৰা 2014 সাধাৰণ নিৰ্বাচনত বিজেপি দলৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল বিশিষ্ট অভিনেতাগৰাকী ৷

সৌজন্যঃ ANI

নিউজ ডেস্ক, ২৩ মাৰ্চঃ লোকসভা নিৰ্বাচন নেখেলাৰ কথা প্ৰকাশঅভিনেতা তথা বিজেপি নেতা পৰেশ ৰাৱালৰ ৷ সংবাদ প্ৰতিষ্ঠান এ এন আইৰ আগত এই কথা উল্লেখ কৰিছে বিজেপি দলৰ সাংসদগৰাকীয়ে ৷

বিজেপি দলে 2019ৰ সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাচতেই এইদৰে মন্তব্য কৰে ৰাৱালে ৷ 2014 চনত বিজেপিৰ পৰা আহমেদাবাদ পূব সমষ্টিৰ পৰা সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল জনপ্ৰিয় অভিনেতাগৰাকী ৷

এই সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰি অভিনেতাগৰাকীয়ে কয় যে, "মই ৪-৫ মাহ আগতেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা উল্লেখ কৰিছোঁ ৷ এই সম্পৰ্কে দলে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ দলৰ হাইকামাণ্ডে লোৱা সিদ্ধান্তৰ সৈতে মই আগবাঢ়িম৷"

উল্লেখ্য যে, বিজেপিয়ে প্ৰকাশ কৰা প্ৰথমখন প্ৰাৰ্থী তালিকাত নাই বহুকেইগৰাকী জনপ্ৰিয় নেতাৰ নাম ৷ ইয়াৰ পৰিৱৰ্তে বহুকেইখন নতুন মুখে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকাত স্থান পোৱা পৰিলক্ষিত হৈছে ৷

Paresh Rawal unlikely to contest LS poll 

Paresh Rawal
Ahmedabad East Constituency
LS Poll
লোকসভা নিৰ্বাচন
পৰেশ ৰাৱাল
আহমেদাবাদ পূব সমষ্টি

নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ কথা ঘোষণা পৰেশ ৰাৱালৰ 

আহমেদাবাদ পূব সমষ্টিৰ পৰা 2014 সাধাৰণ নিৰ্বাচনত বিজেপি দলৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল বিশিষ্ট অভিনেতাগৰাকী 

নিউজ ডেস্ক, ২৩ মাৰ্চঃ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ কথা উল্লেখ অভিনেতা তথা বিজেপি নেতা পৰেশ ৰাৱালৰ ৷ সংবাদ প্ৰতিষ্ঠান এ এন আইৰ আগত এই কথা উল্লেখ কৰিছে বিজেপি দলৰ সাংসদ গৰাকীয়ে ৷ 

বিজেপি দলে 2019ৰ সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাচতেই এইদৰে মন্তব্য কৰে ৰাৱালে ৷ 2014 চনত বিজেপি দলৰ পৰা আহমেদাবাদ পূব সমষ্টিৰ পৰা সাংসদ হিচাপে লোকসভালৈ  নিৰ্বাচিত হৈছিল জনপ্ৰিয় কৌতূক অভিনেতাগৰাকী ৷ 

এই সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰি অভিনেতাগৰাকীয়ে কয় যে, "মই ৪-৫ মাহ আগতেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ কথা উল্লেখ কৰিছো ৷ এই সম্পৰ্কে দলে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ দলৰ হাইকামাণ্ডে লোৱা সিদ্ধান্তৰ সৈতে মই আগবাঢ়িম৷"

উল্লেখ্য যে, বিজেপিয়ে প্ৰকাশ কৰা প্ৰথমখন প্ৰাৰ্থী তালিকাত নাই বহুকেইগৰাকী জনপ্ৰিয় নেতাৰ নাম৷ ইয়াৰ পৰিৱৰ্তে বহুকেইখন নতুন মুখে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকাত স্থান পোৱা পৰিলক্ষিত হৈছে৷ 
Paresh RAWAL.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.