ETV Bharat / bharat

পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘন পাকিস্তানৰ

author img

By

Published : Sep 29, 2020, 1:41 PM IST

জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘন কৰিলে পাকিস্তানে । পুঞ্চ জিলাৰ মানকোট ছেক্টৰত গুলীবৰ্ষণ পাক সেনাৰ ।

জম্মু-কাশ্মীৰত যুদ্ধবিৰতি চুক্তি উলংঘন পাকিস্তানৰ

নেশ্যনেল ডেস্ক,২৯ছেপ্টেম্বৰ : পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰি নিজৰ স্বৰূপ উদঙালে পাকিস্তানে। মঙলবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মানকোট চেক্টৰত গুলীবৰ্ষণ কৰে পাক সেনাই । আনহাতে পাক সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই। নিয়ন্ত্ৰণ ৰেখাৰ সীমান্তৱৰ্তী অঞ্চলত ম'ৰ্টাৰেৰে আক্ৰমণ কৰে পাক সেনাই ।

লগতে পঢ়ক : স্বাস্থ্য মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াৰে অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.