ETV Bharat / bharat

আজি ভাৰত কৰ্তৃপক্ষক 20 গৰাকী মাছমৰীয়াক হস্তান্তৰ কৰিব পাকিস্তানে

author img

By

Published : Jan 6, 2020, 12:09 PM IST

সোমবাৰে সন্ধিয়া 5 বজাত পাকিস্তানে ভাৰতৰ 20 গৰাকী মাছমৰীয়াক ভাৰতীয় কৰ্তৃপক্ষক হস্তান্তৰ কৰিব ৷ ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ গুন্টোৰৰ বিধায়ক মোপিদেৱী ভেংকটৰমনে তেওঁলোকক গ্ৰহণ কৰিবলৈ উপস্থিত হৈছেগৈ অমৃতসৰ বিমান বন্দৰত ৷

20 গৰাকী মাছমৰীয়াক হস্তান্তৰ কৰিব পাকিস্তানে

নিউজ ডেস্ক, 6 জানুৱাৰী: আজি 20 গৰাকী মাছমৰায়াক ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গতাব পাকিস্তানে ৷ এক প্ৰতিবেদন অনুসৰি এই কেইগৰাকী মাছমৰীয়াৰ ওপৰত আছিল প্ৰকিস্তানৰ জল সীমা উলংঘা কৰাৰ অভিযোগ ৷ এই অভিযোগৰ ভিত্তিত সমুদ্ৰ সুৰক্ষা কৰ্তৃত্বই মাছমৰীয়া কেইজনক গ্ৰেপ্তাৰ কৰি লাহেোৰৰ মালিৰ জিলাস্থিত কাৰাগাৰত বন্দী কৰি ৰাখিছিল ৷

অন্ধ্ৰপ্ৰদেশৰ গুন্টোৰৰ বিধায়ক মোপিদেৱী ভেংকটৰমনে তেওঁলোকক গ্ৰহণ কৰিবলৈ গৈছে ৷ পাকিস্তানে মাছমৰীয়া সকলক সন্ধিয়া 5 বজাত অমৃতসৰৰ বাঘা সীমান্তত মুকলি কৰি দিব ৷ ৰাতিপুৱা 11 বজাত গুন্টোৰৰ বিধায়ক ভেংকটৰমন উপস্থিত হয়গৈ অমৃতসৰৰ বিমান বন্দৰত ৷

এক সূত্ৰ অনুসৰি, মাছমৰীয়া কেইগৰাকীক কাৰাগাৰ কৰ্তৃপক্ষই লাহোৰৰ এটা অনালাভকাৰী সংস্থা, 'এধি ফাউণ্ডেচন'ৰ ওচৰত হস্তান্তৰ কৰিছে ৷

মাছমৰীয়া সকলে আজি কৰাচীৰ কান্ট ষ্টেচনৰ পৰা লাহোৰলৈ যাত্ৰা কৰিব আৰু বাঘা সীমান্তৰ পাৰ হ'ব ৷ তেওঁলোকক ভাৰতীয় কাৰ্যকৰ্তা সকলৰ সহযোগত বাঘা সীমান্তত এক সমাৰোহত হস্তান্তৰ কৰা হ'ব ৷

ভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, আজি ভাৰতলৈ আহিব লোৱা মাছমৰীয়া সকল অন্ধ্ৰপ্ৰদেশৰ বাসিন্দা ৷ তেওঁলোকক 2018 বৰ্ষৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

লগতে পঢ়ক: JNU বিক্ষোভঃ এ এম ইউ, জামিয়া, এফ টি টি আইৰ একত্ৰিত প্ৰতিবাদ

Intro:Body:

https://www.aninews.in/news/world/asia/pakistan-to-hand-over-20-indian-fishermen-tomorrow20200105201551/

pakistan to hand over 20 indian fishermen. They are native of ANDHRA PRADESH. Andhra pradesh Guntur MLA Mopidevi Venkataramana is going to recieve them. pak will release fishermen at 5 PM at wagah border of Amritsar. MLA is reaching at 11 AM at Amritsar Airport.

visuals and more information is awaited.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.