ETV Bharat / bharat

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে বন্ধ পাকিস্তানৰ আকাশীপথ

চলিত সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ যাবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আকাশীপথত বাধা প্ৰদান কৰিছে পাকিস্তানে ৷ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ভাৰতীয় উচ্চায়ুক্তৰ ওচৰত প্ৰকাশ কৰিছে এই তথ্য ৷

author img

By

Published : Sep 19, 2019, 7:42 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে বন্ধ পাকিস্তানৰ আকাশীপথ

নিউজ ডেস্ক, 19 চেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্ৰমণৰ পূৰ্বেই পাকিস্তানে বন্ধ কৰিলে ইয়াৰ আকাশীপথ ৷ চলিত সপ্তাহত আমেৰিকা ভ্ৰমণলৈ যাবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমানৰ প্ৰৱেশ নিষিদ্ধ কৰিলে পাকিস্তানে ৷ ভাৰতৰ আনুষ্ঠানিক অনুমতিক অগ্ৰাহ্য কৰি দেশখনৰ বৈদেশিক মন্ত্ৰী শ্বাহ কুৰেশ্বীয়ে নৰেন্দ্ৰ মোডীৰ বিমানৰ বাবে দেশখনৰ আকাশীপথ বন্ধ কৰি দিয়াৰ কথা প্ৰকাশ কৰে ৷ ইতিমধ্যে ভাৰতীয় উচ্চাযুক্তৰ আগত এই কথা প্ৰকাশ কৰিছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত অংশগ্ৰহণৰ লগতে "Howdy Modi" নামৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমেৰিকালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ আনহাতে এই ঘটনাৰ পিচতে পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে ৷ এয়া পাকিস্তানৰ পুৰণি অভ্যাস বুলি কটাক্ষ কৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰভীছ কুমাৰে ৷

Intro:Body:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে বন্ধ পাকিস্তানৰ আকাশীপথ 

চলিত সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ যাবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আকাশীপথত বাধা প্ৰদান কৰিছে পাকিস্তানে ৷ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ভাৰতীয় উচ্চায়ুক্তৰ ওচৰত প্ৰকাশ কৰিছে এই তথ্য ৷ 

নিউজ ডেস্ক, 19 চেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্ৰমণৰ পূৰ্বেই পাকিস্তানে বন্ধ কৰিলে ইয়াৰ আকাশীপথ ৷ চলিত সপ্তাহত আমেৰিকা ভ্ৰমণলৈ যাবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমানৰ প্ৰৱেশ নিষিদ্ধ কৰিলে পাকিস্তানে ৷ ভাৰতৰ আনুষ্ঠানিক অনুমতিক অগ্ৰাহ্য কৰি দেশখনৰ বৈদেশিক মন্ত্ৰী শ্বাহ কুৰেশ্বীয়ে নৰেন্দ্ৰ মোডীৰ বিমানৰ বাবে দেশখনৰ আকাশীপথ বন্ধ কৰি দিয়াৰ কথা প্ৰকাশ কৰে ৷ ইতিমধ্যে ভাৰতীয় উচ্চাযুক্তৰ আগত এই কথা প্ৰকাশ কৰিছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৷ 

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত অংশগ্ৰহণৰ লগতে "Howdy Modi" নামৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমেৰিকালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ আনহাতে এই ঘটনাৰ পিচতে পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে ৷ এয়া পাকিস্তানৰ পুৰনি অভ্যাস বুলি কয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰভীছ কুমাৰে ৷  

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.