ETV Bharat / bharat

নিৰাপত্তাৰেখাত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন - জম্মু কাশ্মীৰ

ৰাতিপুৱা প্ৰায় 5:30 বজাত সুন্দৰবনী অঞ্চলত পাকিস্তানে সংঘটিত কৰে এই গুলীবৰ্ষণ৷

etv bharat
author img

By

Published : Mar 18, 2019, 11:34 AM IST

ৰাজৌৰি, 18 মাৰ্চ: নিৰাপত্তাৰেখাত পুনৰ যুদ্ধবিৰতি উলংঘন চিৰবৈৰী পাকিস্তানৰ৷ সোমবাৰে ৰাতিপুৱা ৰজৌৰি চেক্টৰত উচ্চক্ষমতাসম্পন্ন মৰ্টাজেৰে ভাৰতীয় পক্ষলৈ আক্ৰমণ কৰে পাকিস্তানে৷

ৰাতিপুৱা প্ৰায় 5:30 বজাত সুন্দৰবনী অঞ্চলত পাকিস্তানে সংঘটিত কৰে এই গুলীবৰ্ষণ৷ প্ৰায় দুঘণ্টা জুৰি চলা গুলীবৰ্ষণৰ প্ৰত্যুত্তৰত ভাৰতেও সংঘটিত কৰে গুলীয়াগুলী৷ সংঘৰ্ষত ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানলৈ ৰাজহুৱা কৰা নাই ভাৰতীয় সেনাই৷

ইয়াৰ পূৰ্বে দেওবাৰেও ৰজৌৰিত যুদ্ধবিৰতি উলংঘনমূলক গুলীবৰ্ষণ সংঘটিত কৰিছিল পাকিস্তানে৷

pak violates ceasefire in J&K

নিৰাপত্তাৰেখাত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন

ৰাজৌৰি, 18 মাৰ্চ: নিৰাপত্তাৰেখাত পুনৰ যুদ্ধবিৰতি উলংঘন চিৰবৈৰী পাকিস্তানৰ৷ সোমবাৰে ৰাতিপুৱা ৰজৌৰি চেক্টৰত উচ্চক্ষমতাসম্পন্ন মৰ্টাজেৰে ভাৰতীয় পক্ষলৈ আক্ৰমণ কৰে পাকিস্তানে৷ 

ৰাতিপুৱা প্ৰায় 5:30 বজাত সুন্দৰবনী অঞ্চলত পাকিস্তানে সংঘটিত কৰে এই গুলীবৰ্ষণ৷ প্ৰায় দুঘণ্টা জুৰি চলা গুলীবৰ্ষণৰ প্ৰত্যুত্তৰত ভাৰতেও সংঘটিত কৰে গুলীয়াগুলী৷ সংঘৰ্ষত ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানলৈ ৰাজহুৱা কৰা নাই ভাৰতীয় সেনাই৷

ইয়াৰ পূৰ্বে দেওবাৰেও ৰজৌৰিত যুদ্ধবিৰতি উলংঘনমূলক গুলীবৰ্ষণ সংঘটিত কৰিছিল পাকিস্তানে৷ 
ceasefiremarch18.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.